BTCত ধূলিস্যাৎ কংগ্ৰেছ
BTCত যেন ধূলিস্যাৎ হোৱাৰ পথত কংগ্ৰেছ। এটা সমষ্টিটো কংগ্ৰেছক ভোট নিদিলে সংখ্যালঘুৱে। গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ আশাত চেঁচাপানী ঢালিলে BTC বাসীয়ে।
সংখ্যালঘু এলেকাত নিৰ্বাচনী প্ৰচাৰ চলায়ো মুখ থেকেচা কংগ্ৰেছৰ। ইফালে BJP, UPPLক পিছ পেলাই BPFয়ে লৈছে অগ্ৰগতি।
বৰ্তমানলৈ ৮খন কৈ আসনত BJP আৰু UPPLৰ অগ্ৰগতি লাভ কৰিছে। আনহাতে ২৩ খনকৈ আসনত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ BPF।বৰ্তমানলৈ ওদালগুৰিত BJP প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ ১০৯টা ভোটত অগ্ৰগতি লাভ কৰিছে।
লগতে পঢ়ক: ‘বিহাৰত এতিয়াও খেল বাকী আছে…’; নিৰ্বাচনক লৈ আছাদ্দুদিন ওৱেইছিৰ ডাঙৰ মন্তব্য
Post Views: 11