চাঞ্চল্যকৰ; কালী মন্দিৰৰ পৰা পৰা উদ্ধাৰ গো মাংস

পৰ্বতঝোৰাৰ বগৰীবাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে|বগৰীবাৰী ঐতিহাসিক ২৫ হাত উচ্চতাৰ কালী মূৰ্তিৰ মন্দিৰত সংঘটিত হৈছে এই অঘটনটো | জানিব পৰা মতে মন্দিৰটোৰ ভিতৰৰৰ পৰা গো মাংস মাংস উদ্ধাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত ৰাইজে

পৰ্বতঝোৰাৰ বগৰীবাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে|বগৰীবাৰী ঐতিহাসিক ২৫ হাত উচ্চতাৰ কালী মূৰ্তিৰ মন্দিৰত সংঘটিত হৈছে এই অঘটনটো |

জানিব পৰা মতে মন্দিৰটোৰ ভিতৰৰৰ পৰা গো মাংস মাংস উদ্ধাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে|

উত্তেজিত ৰাইজে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ঘটনাৰ তদন্ত দাবী কৰে।জিলা আৰক্ষী প্ৰশাসনে ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰে আটক কৰাৰ আশ্বাস প্ৰদান কৰাত অৱৰোধ প্ৰত্যাহাৰ কৰে ৰাইজে |ঘটনাক কেন্দ্ৰ সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা |

শেহতীয়া প্ৰৱন্ধসমূহ