ভয়ংকৰ পথ দুৰ্ঘটনাঃ তীব্ৰেবেগী ডাম্পাৰে খুন্দিয়ালে ট্ৰেইলাৰ বাহনক

-ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা -তীব্ৰেবেগী ডাম্পাৰে খুন্দিয়ালে ট্ৰেইলাৰ বাহনক -দুৰ্ঘটনাত সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰ -মুখামুখিকৈ খুন্দা মাৰে ডাম্পাৰখনে -২ঘন্টা ধৰি ট্ৰেইলাৰৰ ভিতৰত আৱদ্ধ চালক -দৰ্জা কাটি উলিয়াব লগা হয় ট্ৰেইলাৰ চালকক -ঘটনাস্থলীত উপস্থিত  দুৰ্যোগ প্ৰশমন বিভাগৰ লোক -ট্ৰেইলাৰখনৰ নম্বৰ UP-78CT-2771 -হাউলীৰ মৌতপৰী ৩১

-ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা

-তীব্ৰেবেগী ডাম্পাৰে খুন্দিয়ালে ট্ৰেইলাৰ বাহনক

-দুৰ্ঘটনাত সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰ

-মুখামুখিকৈ খুন্দা মাৰে ডাম্পাৰখনে

-২ঘন্টা ধৰি ট্ৰেইলাৰৰ ভিতৰত আৱদ্ধ চালক

-দৰ্জা কাটি উলিয়াব লগা হয় ট্ৰেইলাৰ চালকক

-ঘটনাস্থলীত উপস্থিত  দুৰ্যোগ প্ৰশমন বিভাগৰ লোক

-ট্ৰেইলাৰখনৰ নম্বৰ UP-78CT-2771

-হাউলীৰ মৌতপৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা

শেহতীয়া প্ৰৱন্ধসমূহ