জামিন মঞ্জুৰ

শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ; ১৯ মে’ত কৰা হৈছিল গ্ৰেপ্তাৰ

জামিন মঞ্জুৰ অৱশেষত জামিন পালে আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাই। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে । দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত মাৰপিটৰ ঘটনাত নাম সাঙোৰ খাইছিল শংকৰজ্যোতিৰ। তাৰ পিছতেই ১৯ মে’ত কৰা হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰাক্তন ছাত্ৰ নেতা গৰাকীক। বিগত ছদিনে জে’লত

জামিন মঞ্জুৰ

অৱশেষত জামিন পালে আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাই। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ।

দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত মাৰপিটৰ ঘটনাত নাম সাঙোৰ খাইছিল শংকৰজ্যোতিৰ। তাৰ পিছতেই ১৯ মে’ত কৰা হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰাক্তন ছাত্ৰ নেতা গৰাকীক।

বিগত ছদিনে জে’লত কাৰাবন্দী হৈ আছিল শংকৰজ্যোতি বৰুৱা।প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ জামিনক লৈ উত্তাল হৈ পৰিছিল সমগ্ৰ উজনি অসম।

অৱশেষত শংকৰজ্যোতি বৰুৱাক আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে জামিন ।হয়টো আজি আবেলিলৈ বা কাইলৈ মুকলি আকাশৰ তললৈ আহিব শংকৰজ্যোতি বৰুৱা।

লগতে পঢ়ক: চেঞ্চৰ ব’ৰ্ডে ধড়ক ২ ক দিলে মোক্ষম আঘাত; কাটি পেলোৱা হ’ল কেইবাটাও বিতৰ্কিত দৃশ্য

শেহতীয়া প্ৰৱন্ধসমূহ