নকল সোণৰ বৃহৎ ঘাটি উৎখাত, আৰক্ষীৰ জালত আব্দুল আজিজ

-বঙালমৰাত নকল সোণৰ বৃহৎ ঘাটি উৎখাত -আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নৰ একশ্যন আৰম্ভ -বঙালমৰা আৰক্ষীৰ অভিযানত‌ উৎখাত নকলৰ সোণৰ এই  বৃহৎ ঘাটি -দৌলতপুৰত আৰক্ষীৰ অভিযানত বৃহৎ সংখ্যক নকলৰ সোণৰ নাও উদ্ধাৰ -১৬ টা নকল সোণৰ নাও, এটা যীশুৰ মূৰ্তি উদ্ধাৰ -দৌলতপুৰৰ আব্দুল আজিজৰ ঘৰত উদ্ধাৰ এই

-বঙালমৰাত নকল সোণৰ বৃহৎ ঘাটি উৎখাত

-আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নৰ একশ্যন আৰম্ভ

-বঙালমৰা আৰক্ষীৰ অভিযানত‌ উৎখাত নকলৰ সোণৰ এই  বৃহৎ ঘাটি

-দৌলতপুৰত আৰক্ষীৰ অভিযানত বৃহৎ সংখ্যক নকলৰ সোণৰ নাও উদ্ধাৰ

-১৬ টা নকল সোণৰ নাও, এটা যীশুৰ মূৰ্তি উদ্ধাৰ

-দৌলতপুৰৰ আব্দুল আজিজৰ ঘৰত উদ্ধাৰ এই বৃহৎ সংখ্যক নকল সোণ খিনি

-আব্দুল আজিজে ঘৰতে দীৰ্ঘ দিনৰ পৰা বনাই আছিল নকল সোণৰ নাওঁ, যীশুৰ মূৰ্তি

-গোপন খবৰৰ ভিত্তিত বঙালমৰা আৰক্ষীয়ে চলাইছিল অভিযান

-হাতেলোটে গ্ৰেপ্তাৰ হৈছে আব্দুল আজিজ