অৰুণোদয় পাবলৈ থাকিব লাগিব ৰেচন কাৰ্ড…কিদৰে হ’ব বাচনি প্ৰক্ৰিয়া ?

-অৰুণোদয় হিতাৰিকাৰীৰ বাবে আহি গ’ল ডাঙৰ খবৰ -বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বচিত হ’ব অৰুণোদয় হিতাধিকাৰী -প্ৰতিগৰাকী হিতাধিকাৰীক গাঁওসভাৰ জৰিয়তে চিনাক্ত কৰা হ’ব -এইবাৰ বুথ কেন্দ্ৰ অনুযায়ী অনুষ্ঠিত হ’ব গাঁওসভা -১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব অৰুণোদয় হিতাধিকাৰীৰ সভা -ইতিমধ্যে অৰুণোদয় পাই থকা হিতাধিকাৰীয়েও গাঁওসভাত কৰিব লাগিব

-অৰুণোদয় হিতাৰিকাৰীৰ বাবে আহি গ’ল ডাঙৰ খবৰ

-বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বচিত হ’ব অৰুণোদয় হিতাধিকাৰী

-প্ৰতিগৰাকী হিতাধিকাৰীক গাঁওসভাৰ জৰিয়তে চিনাক্ত কৰা হ’ব

-এইবাৰ বুথ কেন্দ্ৰ অনুযায়ী অনুষ্ঠিত হ’ব গাঁওসভা

-১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব অৰুণোদয় হিতাধিকাৰীৰ সভা

-ইতিমধ্যে অৰুণোদয় পাই থকা হিতাধিকাৰীয়েও গাঁওসভাত কৰিব লাগিব আবেদন

-গাঁওসভাৰ জৰিয়তে পুনৰবাৰ নিৰ্বাচিত হ’ব লাগিব এইসকল হিতাধিকাৰী

-এইবাৰ অৰুণোদয় আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত সংযোজিত কৰা হ’ব

-অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ কোনেও দুৰ্নীতি কৰিব নোৱাৰিব

-প্ৰতিটো সমষ্টিতে ৮-৯ হাজাৰ হিতাধিকাৰী বৃদ্ধি পাব

-অৰুণোদয় নোপোৱা নতুন আবেদনকাৰীও উপস্থিত থাকিব লাগিব গাঁওসভাত

অৰুণোদয় কোনে কোনে পাব ?

-অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব

-তালিকা সম্পূৰ্ণ হোৱাৰ আগমূহুৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয়ৰ বাবে বিবেচিত হ’ব

-অৰুণোদয় আঁচনিত বিধবা মহিলাক বিশেষভাৱে অগ্ৰধিকাৰ দিয়া হ’ব

-বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰধিকাৰ দিয়া হ’ব

-যি পৰিয়ালত দিব্যাঙ্গ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰধিকাৰ দিয়া হ’ব

-যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালছিক, কুষ্ঠৰোগী আছে সেইসকলক অগ্ৰধিকাৰ দিয়া হ’ব

-বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা, ভিক্ষা খুজি খোৱা লোককো দিয়া হ’ব অগ্ৰাধিকাৰ

-সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো দিয়া হ’ব অগ্ৰাধিকাৰ

কোনে কোনে অৰুণোদয় নাপাব ?

-এই আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত নহ’ব

-INCOME TAX দি থকা পৰিয়ালে নাপাব অৰুণোদয়

-যি পৰিয়ালত চাৰিচকীয়া বাহন আছে তেওঁলোকেও নাপাব অৰুণোদয়

-অৰুণোদয় গাঁওসভাত আবেদনকাৰীয়ে মানিব লাগিব এই নিৰ্দশনা

-ৰাজ্যৰ প্ৰায় ৪০ লাখ লোকে এই আঁচনিৰ সুবিধা পাব

শেহতীয়া প্ৰৱন্ধসমূহ