বছৰৰ প্ৰথমটো দিনতেই মহিলা সকলক মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ উপহাৰ…

নৱবৰ্ষৰ প্ৰথমটো দিনতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহিলা সকলক দিলে বিশেষ উপহাৰ…

ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে ৰাজ্যৰ লাখ লাখ মহিলা সকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী মহিলাই পাব ৮ হাজাৰ টকা।ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে প্ৰতিগৰাকী মহিলাৰ একাউণ্টে একাউণ্টে সোমাব ৮০০০ টকা।

ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে মহিলাসকলে আগতীয়াকৈ লাভ কৰিব ব’হাগ বিহুৰ উপহাৰ। অৱশ্যে জানুৱাৰী মাহত দিয়া নহয় অৰুণোদয়।

লগতে পঢ়ক: ৰাজ্যিক কৰ্মচাৰীৰৰ পৰা কৃষকলৈলৈ…; বছৰৰ প্ৰথমটো দিনতেই অসমবাসীলৈ মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভালখবৰ

অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

-অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

-৩৭ লাখ হিতাধিকাৰীয়ে নতুনকৈ পাব অৰুণোদয়

-ফেব্ৰুৱাৰীত মাহত পাব অৰুণোদয় আঁচনিৰ ৫ হাজাৰ টকা

-অৰুণোদয় আঁচনিৰ ৪মাহৰ ধন একেলগে দিয়া হ’ব হিতাধাকীয়ে

-ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচন

-নিৰ্বাচন আচৰণ বিধি বলবৎ হ’লে নাপাব পাৰে অৰুণোদয় ধন

-সেইবাবে একেলগে চাৰিমাহৰ অৰুণোদয় ধন দিব চৰকাৰে

-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

অৰুণোদয় পাবলৈ থাকিব লাগিব ৰেচন কাৰ্ড…কিদৰে হ’ব বাচনি প্ৰক্ৰিয়া ?

-অৰুণোদয় হিতাৰিকাৰীৰ বাবে আহি গ’ল ডাঙৰ খবৰ

-বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বচিত হ’ব অৰুণোদয় হিতাধিকাৰী

-প্ৰতিগৰাকী হিতাধিকাৰীক গাঁওসভাৰ জৰিয়তে চিনাক্ত কৰা হ’ব

-এইবাৰ বুথ কেন্দ্ৰ অনুযায়ী অনুষ্ঠিত হ’ব গাঁওসভা

-১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব অৰুণোদয় হিতাধিকাৰীৰ সভা

-ইতিমধ্যে অৰুণোদয় পাই থকা হিতাধিকাৰীয়েও গাঁওসভাত কৰিব লাগিব আবেদন

-গাঁওসভাৰ জৰিয়তে পুনৰবাৰ নিৰ্বাচিত হ’ব লাগিব এইসকল হিতাধিকাৰী

-এইবাৰ অৰুণোদয় আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত সংযোজিত কৰা হ’ব

-অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ কোনেও দুৰ্নীতি কৰিব নোৱাৰিব

-প্ৰতিটো সমষ্টিতে ৮-৯ হাজাৰ হিতাধিকাৰী বৃদ্ধি পাব

-অৰুণোদয় নোপোৱা নতুন আবেদনকাৰীও উপস্থিত থাকিব লাগিব গাঁওসভাত

অৰুণোদয় কোনে কোনে পাব ?

-অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব

-তালিকা সম্পূৰ্ণ হোৱাৰ আগমূহুৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয়ৰ বাবে বিবেচিত হ’ব

-অৰুণোদয় আঁচনিত বিধবা মহিলাক বিশেষভাৱে অগ্ৰধিকাৰ দিয়া হ’ব

-বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰধিকাৰ দিয়া হ’ব

-যি পৰিয়ালত দিব্যাঙ্গ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰধিকাৰ দিয়া হ’ব

-যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালছিক, কুষ্ঠৰোগী আছে সেইসকলক অগ্ৰধিকাৰ দিয়া হ’ব

-বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা, ভিক্ষা খুজি খোৱা লোককো দিয়া হ’ব অগ্ৰাধিকাৰ

-সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো দিয়া হ’ব অগ্ৰাধিকাৰ

কোনে কোনে অৰুণোদয় নাপাব ?

-এই আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত নহ’ব

-INCOME TAX দি থকা পৰিয়ালে নাপাব অৰুণোদয়

-যি পৰিয়ালত চাৰিচকীয়া বাহন আছে তেওঁলোকেও নাপাব অৰুণোদয়

-অৰুণোদয় গাঁওসভাত আবেদনকাৰীয়ে মানিব লাগিব এই নিৰ্দশনা

-ৰাজ্যৰ প্ৰায় ৪০ লাখ লোকে এই আঁচনিৰ সুবিধা পাব

নতুনকৈ প্ৰায় ৪০ লাখ লোকে পাব অৰুণোদয় আঁচনিৰ ধন, বঞ্চিত হ’ব ভুৱা হিতাধিকাৰী

-নতুনকৈ প্ৰায় ৪০ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন

-ইফালে এইবাৰ চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব ৰেচন কাৰ্ড

-নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

-ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয়ৰ ধন

-অৰুণোদয়ৰ ধনৰ বাবে উপকৃত হ’ব প্ৰায় ২ কোটি পৰিয়াল

-আজিৰ পৰা আৰম্ভ হৈছে অৰুণোদয় বাচনি সভা

-অৰুণোদয় আঁচনিৰ সুবিধা ল’বলৈ উপস্থিত থকিব লাগিব এই সভাত

-এইবাৰ চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব ৰেচন কাৰ্ড

-বৃদ্ধাশ্ৰমৰ লোক, অনাথ আশ্ৰমৰ লোকেও লাভ কৰিব আৰুণোদয়, ৰেচন কাৰ্ড আৰু আয়ুস্মান ভাৰত কাৰ্ড

-বৃদ্ধাশ্ৰমত থকা পিতৃ-মাতৃয়েও লাভ কৰিব সকলো চৰকাৰী আঁচনিৰ সুবিধা

-সমষ্টিয়ে সমষ্টিয়ে বৃদ্ধি কৰা হ’ব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা

-ৰেচনৰ নতুন হিতাধিকাৰীয়ে ডিচেম্বৰ মাহতে লাভ কৰিব ৰেচন

-সৰুসজাইৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ইফালে আজিৰ পৰা ২৮ তাৰিখলৈ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন আৰম্ভ । এইবাৰ হিতাধিকাৰীজন যাতে ভুৱা হ’ব নোৱাৰে তাৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা ।

-অৰুণোদয়ৰ সৈতে ৰেচন কাৰ্ডক জড়িত কৰিছে ৰাজ্য চৰকাৰে । আগতে যি  অৰুণোদয় পাই আছিল, সেই ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হব ।

-আগতে অৰুণোদয় পাবলৈ ৰেচন কাৰ্ড নালাগিছিল । কিন্তু এতিয়াৰ পৰা অৰুণোদয় পাবলৈ প্ৰয়োজন হব ৰেচন কাৰ্ড

অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ; কেবিনেটত ডাঙৰ সিদ্ধান্ত

লাখ লাখ মহিলাৰ বাবে কেবিনেত বৈঠকে আনিলে ভাল খবৰ।কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় নোপোৱা মহিলাক দিলে এক ভাল খবৰ।কিয়নো এতিয়া আহি গ’ল অৰুণোদয় ৩.০।

এই কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি ১৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈ চলিব অৰুণোদয় সপ্তাহ। অৰুণোদয় নোপোৱা নতুনকৈ ৩৭ লাখ হিতাধিকাৰীক দিয়া হ’ব অৰুণোদয়।

এই অৰুণোদয় সপ্তাহতে হ’ব হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া। ১৫ তাৰিখৰ পৰা ২৮ তাৰিখৰ ভিতৰত আপুনি কৰিব লাগিব আবেদন। এই আবেদনৰ বাবে গাঁৱে-গাঁৱে অনুষ্ঠিত হ’ব গাওঁসভা।

আৰু সেই গাঁওসভাত গৈ অৰুণোদয়ৰ বাবে আপুনি কৰিব লাগিব আবেদন। অৰুণোদয় লাভ কৰিবলৈ হ’লে যোগদান কৰিবই লাগিব গাঁওসভাত।

২৮ ডিচেম্বৰৰ ভিতৰত কৰক আবেদনঃ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

-অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

-১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰৰ ভিতৰত আঁচনিৰ বাবে আবেদন কৰক

-গাঁৱে গাঁৱে অনুষ্ঠিত হ’ব অৰুণোদয় হিতাধিকাৰী বাচনি সভা

-এই সভাত গৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক

-এই ১৩ দিনৰ ভিতৰতেই আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক

-অন্যথা নাপাব পাৰে অৰুণোদয় আঁচনি

-পূৰ্বে অৰুণোদয় পোৱাসকলেও অন্তৰ্ভুক্ত কৰিব লাগিব নিজৰ নিজৰ নাম

-গাঁও সভাত নাম অন্তৰ্ভুক্ত নকৰিলে কৰ্তন হ’ব অৰুণোদয় আঁচনি

-আগন্তুক ৬দিনৰ ভিতৰত আৰম্ভ হ’ব এই প্ৰক্ৰিয়া

-অৰুণোদয় হিতাধিকাৰী বাচনি সভাত মহিলাসকলক উপস্থিত হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

-সৰুপথাৰত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ