অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

-অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা -৩৭ লাখ হিতাধিকাৰীয়ে নতুনকৈ পাব অৰুণোদয় -ফেব্ৰুৱাৰীত মাহত পাব অৰুণোদয় আঁচনিৰ ৫ হাজাৰ টকা -অৰুণোদয় আঁচনিৰ ৪মাহৰ ধন একেলগে দিয়া হ’ব হিতাধাকীয়ে -ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচন -নিৰ্বাচন আচৰণ বিধি বলবৎ হ’লে নাপাব পাৰে অৰুণোদয় ধন -সেইবাবে

-অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

-৩৭ লাখ হিতাধিকাৰীয়ে নতুনকৈ পাব অৰুণোদয়

-ফেব্ৰুৱাৰীত মাহত পাব অৰুণোদয় আঁচনিৰ ৫ হাজাৰ টকা

-অৰুণোদয় আঁচনিৰ ৪মাহৰ ধন একেলগে দিয়া হ’ব হিতাধাকীয়ে

-ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচন

-নিৰ্বাচন আচৰণ বিধি বলবৎ হ’লে নাপাব পাৰে অৰুণোদয় ধন

-সেইবাবে একেলগে চাৰিমাহৰ অৰুণোদয় ধন দিব চৰকাৰে

-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ