অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ; কেবিনেটত ডাঙৰ সিদ্ধান্ত

লাখ লাখ মহিলাৰ বাবে কেবিনেত বৈঠকে আনিলে ভাল খবৰ।কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় নোপোৱা মহিলাক দিলে এক ভাল খবৰ।কিয়নো এতিয়া আহি গ’ল অৰুণোদয় ৩.০। এই কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি ১৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈ চলিব অৰুণোদয় সপ্তাহ। অৰুণোদয় নোপোৱা নতুনকৈ ৩৭

লাখ লাখ মহিলাৰ বাবে কেবিনেত বৈঠকে আনিলে ভাল খবৰ।কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় নোপোৱা মহিলাক দিলে এক ভাল খবৰ।কিয়নো এতিয়া আহি গ’ল অৰুণোদয় ৩.০।

এই কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি ১৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈ চলিব অৰুণোদয় সপ্তাহ। অৰুণোদয় নোপোৱা নতুনকৈ ৩৭ লাখ হিতাধিকাৰীক দিয়া হ’ব অৰুণোদয়।

এই অৰুণোদয় সপ্তাহতে হ’ব হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া। ১৫ তাৰিখৰ পৰা ২৮ তাৰিখৰ ভিতৰত আপুনি কৰিব লাগিব আবেদন। এই আবেদনৰ বাবে গাঁৱে-গাঁৱে অনুষ্ঠিত হ’ব গাওঁসভা।

আৰু সেই গাঁওসভাত গৈ অৰুণোদয়ৰ বাবে আপুনি কৰিব লাগিব আবেদন। অৰুণোদয় লাভ কৰিবলৈ হ’লে যোগদান কৰিবই লাগিব গাঁওসভাত।

শেহতীয়া প্ৰৱন্ধসমূহ