ভাৰতে নিৰ্মাণ কৰিছে ৮০০০ কিলোমিটাৰ দূৰত্ব ভেদিব পৰা হাইপাৰছনিক মিছাইল কে-৬; শীঘ্ৰেই হ’ব পৰীক্ষা

ভাৰতে নিৰ্মাণ কৰিছে ৮০০০ কিলোমিটাৰ দূৰত্ব ভেদিব পৰা হাইপাৰছনিক মিছাইল কে-৬ ইজৰাইল-ইৰাণ যুদ্ধৰ সময়ত যেতিয়া আমেৰিকাই বি-২ বোমাৰু বিমান আৰু চাবমেৰিনৰ পৰা নিক্ষেপ কৰা টমাহক মিছাইলেৰে ইৰাণৰ ইছফাহান পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিছিল, তেতিয়া সকলোৱে আচৰিত হৈছিল যে কেইবাশ কিলোমিটাৰ দূৰৈৰ সাগৰৰ পৰাও এনে আক্ৰমণ কৰিব পৰা যায় । ভাৰতেও এই দিশত এটা ডাঙৰ পদক্ষেপ ল’বলৈ […]
দ্বিতীয় টেষ্টত যশপ্ৰীত বুমৰাহৰ উপস্থিতি সন্দৰ্ভত ডাঙৰ বক্তব্য কৰিলে অধিনায়ক গীলে…

যশপ্ৰীত বুমৰাহৰ উপস্থিতি সন্দৰ্ভত ডাঙৰ বক্তব্য কৰিলে অধিনায়ক গীলে ২ জুলাইৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট মেচ আৰম্ভ হ’ব । বৰ্তমান ছিৰিজত ০-১ ব্যৱধানত পিছ পৰি আছে টিম ইণ্ডিয়া আৰু পৰৱৰ্তী মেচত জয়লাভ কৰিলেহে ছিৰিজত ১-১ ব্যৱধানত সমতা স্থাপন কৰিব পাৰিব গীল বাহিনীয়ে । পাঁচখনীয়া মেচৰ শৃংখলাৰ প্রথমখন টেষ্টত ৫ উইকেটত পৰাস্ত হোৱাৰ […]
ৰাজকুমাৰ ৰাওৰ ‘মালিক‘ৰ ট্ৰেইলাৰ মুকলি; সম্পূৰ্ণ বেলেগ অৱতাৰত দেখা যাব অভিনেতাগৰাকীক

ৰাজকুমাৰ ৰাওৰ ‘মালিক‘ৰ ট্ৰেইলাৰ মুকলি যদি আপুনিও ৰাজকুমাৰ ৰাওৰ অভিনয় চাবলৈ আগ্ৰহী তেন্তে আপোনাৰ অপেক্ষা এতিয়া শেষ হৈছে । ৰাজকুমাৰ ৰাওৰ ছবি ‘মালিক’ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে । ইয়াত তেওঁ শক্তিশালী সংলাপ আগবঢ়োৱা দেখা গৈছে । এই ট্ৰেইলাৰত এক নতুন ৰূপত দেখা গৈছে শক্তিশালী অভিনেতাজনক । শেহতীয়াকৈ ‘ষ্ট্ৰী ২’ আৰু ‘ভূল চুক মাফ’ৰে দৰ্শকক হাঁহিবলৈ […]
ইৰাণে কেতিয়াও পাৰমাণৱিক সমৃদ্ধি বন্ধ নকৰে, ই আমাৰ অধিকাৰ… ৰাষ্ট্ৰসংঘত ইৰাণৰ গৰ্জন

ইৰাণে কেতিয়াও পাৰমাণৱিক সমৃদ্ধি বন্ধ নকৰে ইৰাণৰ পাৰমাণৱিক সমৃদ্ধি কেতিয়াও বন্ধ নহ’ব বুলি ৰাষ্ট্ৰসংঘত ঘোষণা কৰিলে ইৰাণৰ ৰাষ্ট্ৰদূত আমিৰ-ছৈয়দ ইৰাভানীয়ে । তেওঁ কয় যে ইছলামিক ৰিপাব্লিকৰ পাৰমাণৱিক সমৃদ্ধি ‘কেতিয়াও বন্ধ নহ’ব’ কাৰণ ইয়াক পাৰমাণৱিক অস্ত্ৰৰ অপ্ৰসাৰণ চুক্তিৰ অধীনত ‘শান্তিপূৰ্ণ শক্তি’ৰ উদ্দেশ্যে অনুমতি দিয়া হৈছে । ইৰাভানীয়ে এক সাক্ষাৎকাৰত কয় যে, ‘সমৃদ্ধি আমাৰ অধিকাৰ, এক অবিভাজ্য […]
থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্বিনাৱাট্ৰাক নিলম্বন; সাংবিধানিক আদালতৰ নিৰ্দেশ

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্বিনাৱাট্ৰাক নিলম্বন কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা ফোন কলৰ অডিঅ’ ভাইৰেল হোৱাৰ পিছতে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন কৰা হয় । প্ৰধানমন্ত্ৰীগৰাকীক গুৰুতৰ নৈতিক উলংঘাৰ অভিযোগ উত্থাপন কৰি এখন আবেদনৰ শুনানি গ্ৰহণ কৰি সাংবিধানিক আদালতে এই নিৰ্দেশ দিয়ে । তদন্ত শেষ নোহোৱালৈকে প্ৰধানমন্ত্ৰীক নিলম্বন কৰাৰ সপক্ষে ন্যায়াধীশসকলে ৭ৰ বিপৰীতে ২ ভোটত ভোটদান কৰে […]
ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫ত অনুমোদন কেবিনেটৰ; হ’ব এইসমূহ ঐতিহাসিক পৰিৱৰ্তন

ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫ত অনুমোদন কেবিনেটৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ১ জুলাই মঙলবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫ত অনুমোদন জনায় । ক্ৰীড়াৰ দিশ সলনি কৰি ক্ৰীড়াৰ জৰিয়তে নাগৰিক সবলীকৰণৰ দিশত এয়া এক ঐতিহাসিক পদক্ষেপ । নতুন ৰাষ্ট্ৰীয় ক্ৰীড়া নীতিত ভাৰতক ক্ৰীড়া মহাশক্তি হিচাপে গঢ়ি তোলাৰ লগতে ২০৩৬ চনৰ অলিম্পিক গেমছকে ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত […]
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস; জানক এই দিনটোৰ ইতিহাস আৰু গুৰুত্ব

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস প্ৰতি বছৰে ভাৰতত ১ জুলাই তাৰিখে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (National Doctor’s Day) পালন কৰা হয় । মানৱ জীৱন ৰক্ষা, ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া আৰু এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগোৱা দেশৰ সকলো চিকিৎসকৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় । ভাৰতৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশত চিকিৎসকৰ ভূমিকা কেৱল এজন […]
আপুনিও চাৰ্টাৰ্ড একাউন্টেন্ট হ’ব বিচাৰে নেকি ? জানক পাঠ্যক্ৰম, প্ৰশিক্ষণ আৰু কেৰিয়াৰৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য

আপুনিও চাৰ্টাৰ্ড একাউন্টেন্ট হ’ব বিচাৰে নেকি ? প্ৰতি বছৰে ১ জুলাইত চি এ দিৱস বা চাৰ্টাৰ্ড একাউন্টেন্ট পালন কৰা হয় । এই দিনটো দেশৰ অৰ্থনৈতিক মেৰুদণ্ড শক্তিশালী কৰা সেইসকল কঠোৰ পৰিশ্ৰমী আৰু বুদ্ধিমান পেছাদাৰীসকলৰ দিন । তেওঁলোকে কেৱল কাগজত যোগ-বিয়োগ কৰাই নহয়, বৃহৎ ব্যৱসায়ী আৰু চৰকাৰৰ আৰ্থিক স্বাস্থ্যৰ যত্নও লয় । সকলোৱে ধেমালিতে তেওঁলোকক “নম্বৰৰ […]
জুন মাহত ১৪ মাহৰ সৰ্বোচ্চ স্তৰত উপনীত ভাৰতৰ উৎপাদন খণ্ড; ৰপ্তানি আৰু নিয়োগত উত্থান

জুন মাহত ১৪ মাহৰ সৰ্বোচ্চ স্তৰত উপনীত ভাৰতৰ উৎপাদন খণ্ড বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ভাৰতৰ উৎপাদন খণ্ডত অথবা মেনুফেকচাৰিং চেক্টৰত শক্তিশালী বিকাশৰ সূত্ৰপাত ঘটিছে । এই কথা এইচ এছ বি চি ইণ্ডিয়া মেনুফেকচাৰিং পাৰ্চেজিং মেনেজাৰছ ইনডেক্স (পি এম আই)ৰ তথ্যই নিশ্চিত কৰিছে । এই সূচকাংক মে’ মাহত ৫৭.৬ৰ পৰা জুন মাহত ৫৮.৪ লৈ বৃদ্ধি পাইছে […]
ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ; ৪ জনৰ মৃত্যু, ১৬ জন নিৰুদ্দেশ…

ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ হিমাচল প্ৰদেশৰ মাণ্ডিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ধ্বংসলীলাৰ সৃষ্টি কৰিছে । এই লোকচান প্ৰায় ৮০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে । মাণ্ডিৰ কাৰ্ছগ আৰু ধৰমপুৰত ডাৱৰ বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ জন নিৰুদ্দেশ হৈছে । একে সময়তে ১১৭ জন লোকক উদ্ধাৰ কৰা হৈছে । ৰাস্তা, দলং, […]