নতুনকৈ প্ৰায় ৪০ লাখ লোকে পাব অৰুণোদয় আঁচনিৰ ধন, বঞ্চিত হ’ব ভুৱা হিতাধিকাৰী

-নতুনকৈ প্ৰায় ৪০ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন -ইফালে এইবাৰ চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব ৰেচন কাৰ্ড -নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য -ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয়ৰ ধন -অৰুণোদয়ৰ ধনৰ বাবে উপকৃত হ’ব প্ৰায় ২ কোটি পৰিয়াল -আজিৰ

-নতুনকৈ প্ৰায় ৪০ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন

-ইফালে এইবাৰ চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব ৰেচন কাৰ্ড

-নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

-ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয়ৰ ধন

-অৰুণোদয়ৰ ধনৰ বাবে উপকৃত হ’ব প্ৰায় ২ কোটি পৰিয়াল

-আজিৰ পৰা আৰম্ভ হৈছে অৰুণোদয় বাচনি সভা

-অৰুণোদয় আঁচনিৰ সুবিধা ল’বলৈ উপস্থিত থকিব লাগিব এই সভাত

-এইবাৰ চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব ৰেচন কাৰ্ড

-বৃদ্ধাশ্ৰমৰ লোক, অনাথ আশ্ৰমৰ লোকেও লাভ কৰিব আৰুণোদয়, ৰেচন কাৰ্ড আৰু আয়ুস্মান ভাৰত কাৰ্ড

-বৃদ্ধাশ্ৰমত থকা পিতৃ-মাতৃয়েও লাভ কৰিব সকলো চৰকাৰী আঁচনিৰ সুবিধা

-সমষ্টিয়ে সমষ্টিয়ে বৃদ্ধি কৰা হ’ব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা

-ৰেচনৰ নতুন হিতাধিকাৰীয়ে ডিচেম্বৰ মাহতে লাভ কৰিব ৰেচন

-সৰুসজাইৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ইফালে আজিৰ পৰা ২৮ তাৰিখলৈ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন আৰম্ভ । এইবাৰ হিতাধিকাৰীজন যাতে ভুৱা হ’ব নোৱাৰে তাৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা ।

-অৰুণোদয়ৰ সৈতে ৰেচন কাৰ্ডক জড়িত কৰিছে ৰাজ্য চৰকাৰে । আগতে যি  অৰুণোদয় পাই আছিল, সেই ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হব ।

-আগতে অৰুণোদয় পাবলৈ ৰেচন কাৰ্ড নালাগিছিল । কিন্তু এতিয়াৰ পৰা অৰুণোদয় পাবলৈ প্ৰয়োজন হব ৰেচন কাৰ্ড

শেহতীয়া প্ৰৱন্ধসমূহ