২৮ ডিচেম্বৰৰ ভিতৰত কৰক আবেদনঃ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

-অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা -১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰৰ ভিতৰত আঁচনিৰ বাবে আবেদন কৰক -গাঁৱে গাঁৱে অনুষ্ঠিত হ’ব অৰুণোদয় হিতাধিকাৰী বাচনি সভা -এই সভাত গৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক -এই ১৩ দিনৰ ভিতৰতেই আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক -অন্যথা নাপাব পাৰে অৰুণোদয় আঁচনি -পূৰ্বে

-অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

-১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰৰ ভিতৰত আঁচনিৰ বাবে আবেদন কৰক

-গাঁৱে গাঁৱে অনুষ্ঠিত হ’ব অৰুণোদয় হিতাধিকাৰী বাচনি সভা

-এই সভাত গৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক

-এই ১৩ দিনৰ ভিতৰতেই আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক

-অন্যথা নাপাব পাৰে অৰুণোদয় আঁচনি

-পূৰ্বে অৰুণোদয় পোৱাসকলেও অন্তৰ্ভুক্ত কৰিব লাগিব নিজৰ নিজৰ নাম

-গাঁও সভাত নাম অন্তৰ্ভুক্ত নকৰিলে কৰ্তন হ’ব অৰুণোদয় আঁচনি

-আগন্তুক ৬দিনৰ ভিতৰত আৰম্ভ হ’ব এই প্ৰক্ৰিয়া

-অৰুণোদয় হিতাধিকাৰী বাচনি সভাত মহিলাসকলক উপস্থিত হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

-সৰুপথাৰত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

শেহতীয়া প্ৰৱন্ধসমূহ