শোকাৱহ; অৰুণাচলত ফুৰিবলৈ গৈ শেষ হ’ল দুটাকৈ পৰিয়াল

এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশত। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল এখন স্ক’ৰপিঅ বাহন। নুমলীগড়ৰ পৰা অৰুনাচলৰ মায়দিয়ালৈ ফুৰিবলৈ গৈছিল দুটা পৰিয়াল। উভতনি পথত মায়দিয়া-ৰয়িঙৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ ফুট দ’ খাৱৈত পৰি যায় স্ক’ৰপিঅ বাহনখন। দুৰ্ঘটনাটোৰ ফলত চালক অজয় ছেত্ৰীৰ মৃতদেহ উদ্ধাৰ

এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশত। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল এখন স্ক’ৰপিঅ বাহন। নুমলীগড়ৰ পৰা অৰুনাচলৰ মায়দিয়ালৈ ফুৰিবলৈ গৈছিল দুটা পৰিয়াল।

উভতনি পথত মায়দিয়া-ৰয়িঙৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ ফুট দ’ খাৱৈত পৰি যায় স্ক’ৰপিঅ বাহনখন। দুৰ্ঘটনাটোৰ ফলত চালক অজয় ছেত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও ৰঞ্জিত ছেত্ৰী, মিনা ছেত্ৰী আৰু সুৰজ ছেত্ৰীৰ এতিয়াও কোনো সন্ধান লাভ কৰা নাই।

আহত হৰিমায়া ছেত্ৰী আৰু ৯ বছৰীয়া ৰৌছনী ছেত্ৰীক ততাতৈয়াকৈ AMCHলৈ প্ৰেৰণ কৰা হৈছে। নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা অৰুণাচললৈ গৈছিল পৰিয়ালদুটা।

শেহতীয়া প্ৰৱন্ধসমূহ