নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে বানৰ আশংকাঃ প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী

নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে বানৰ আশংকাঃ প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী

বৰষুণৰ ফলত যোৰহাটত বৃদ্ধি পাইছে বানৰ আশংকা । নৈ-পৰীয়া ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনৰ আহ্বান । -নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাটত বৃদ্ধি পাইছে বানৰ আশংকা -সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী -নৈ-পৰীয়া ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনৰ আহ্বান

বৰষুণৰ ফলত যোৰহাটত বৃদ্ধি পাইছে বানৰ আশংকা । নৈ-পৰীয়া ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনৰ আহ্বান ।

-নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাটত বৃদ্ধি পাইছে বানৰ আশংকা

-সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী

-নৈ-পৰীয়া ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনৰ আহ্বান

-ৰাইজৰ সুৰক্ষাৰ বাবে প্ৰশাসনে জাৰি কৰিলে ১০টা কঠোৰ নিৰ্দেশনা

-বাঢ়নী পানীত গা-ধোৱা, কাপোৰ ধোৱা আৰু মাছ ধৰাত সম্পূৰ্ণ নিষেধাজ্ঞা

-সৰু ল’ৰা-ছোৱালীক নদী বা খাল-বিলৰ ওচৰলৈ যাবলৈ নিদিব

-নৈ বা বিলৰ পানীত নাও চলোৱা আৰু সাঁতোৰাৰ পৰা বিৰত থকাৰ নিৰ্দেশ

-বাঢ়নী পানীত কেতিয়াও খোজ নাকাঢ়িব

-বাঢ়নী পানী থকা পথ বা স্থানত গাড়ী-মটৰ চলোৱা নিষিদ্ধ

-ৰাতিৰ সময়ত বাঢ়নী পানীৰ দিশে যোৱাটো অনুচিত

-বৈদ্যুতিক খুঁটি আৰু ট্ৰেন্সফৰ্মাৰৰ পৰা দূৰত থাকক

-পানী লাগি থকা কোনো বৈদ্যুতিক আহিলা পৰীক্ষা নকৰাকৈ ব্যৱহাৰ নকৰিব

-বৈদ্যুতিক তাঁৰ বা ট্ৰেন্সফৰ্মাৰ পানীত বুৰ গৈ থাকিলে শীঘ্ৰে জনাওক কৰ্তৃপক্ষক

-বাঢ়নী পানীত উটি অহা কোনো খাদ্যবস্তু নাখাব

-জৰুৰীকালীন উদ্ধাৰ আৰু সাহাৰ্যৰ বাবে প্ৰশাসনে মুকলি কৰিলে দুটা বিশেষ নম্বৰ

-জৰুৰী অৱস্থাত যোগাযোগ কৰক- ০৩৭৬-২৩০০১২৪ অথবা ১০৭৭

লগতে পঢ়ক : ভয়ংকৰ ভূমিস্খলন, কেইবাজনো লোকৰ মৃত্যুৰ আশংকা

শেহতীয়া প্ৰৱন্ধসমূহ