প্রধানমন্ত্রী মোডীৰ প্রথমতো প’ডকাষ্টত  ক’লে- ‘ৰাজনীতিত মিছন আনিব, উচ্চাকাংক্ষা নহয়’।

ইয়াৰ পূৰ্বেও নিখিল কামাথে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল যদিও তাত প্ৰধানমন্ত্ৰী মোডী দেখা পোৱা নাছিল। এতিয়া নিখিল কামাথে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা কথা-বতৰাৰ পডকাষ্ট শ্বেয়াৰ কৰিছে। কেৰিয়াৰৰ প্ৰথমটো প’ডকাষ্ট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘পিপল বাই ডব্লিউ টি এফ’ শ্ব’ত প্ৰথমবাৰৰ বাবে প’ডকাষ্টত দেখা যাব পি

ইয়াৰ পূৰ্বেও নিখিল কামাথে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল যদিও তাত প্ৰধানমন্ত্ৰী মোডী দেখা পোৱা নাছিল। এতিয়া নিখিল কামাথে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা কথা-বতৰাৰ পডকাষ্ট শ্বেয়াৰ কৰিছে।
কেৰিয়াৰৰ প্ৰথমটো প’ডকাষ্ট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 'পিপল বাই ডব্লিউ টি এফ' শ্ব'ত প্ৰথমবাৰৰ বাবে প'ডকাষ্টত দেখা যাব পি এম মোডীক। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পিএম মোডীৰ প্ৰথমটো প’ডকাষ্টৰ টিজাৰ শ্বেয়াৰ কৰিছে নিখিল কামথে।
এই টিজাৰটো শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মানুহ | ছয় খণ্ডৰ ট্ৰেইলাৰ @NarendraModi।" এই টিজাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কিছু আমোদজনক প্ৰশ্নৰ উত্তৰ দিয়া দেখা গৈছে।
নিখিল কামাথে প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰে যে ৰাজনীতি লেতেৰা ঠাই নেকি? এই সন্দৰ্ভতো পি এম মোদীয়ে সহজে সঁহাৰি জনায়। তেওঁ ক’লে যে যদি এনেকুৱা হ’লহেঁতেন তেন্তে তেওঁ কামথৰ লগত বহি নাথাকিলহেঁতেন।

শেহতীয়া প্ৰৱন্ধসমূহ