সুনীতা আহুজা

‘সকলো বস্তুৰে এটা বয়স থাকে…’; বিবাহ বিচ্ছেদৰ খবৰক লৈ মুখ খুলিলে সুনীতা আহুজাই

বিবাহ বিচ্ছেদৰ খবৰক লৈ মুখ খুলিলে সুনীতা আহুজাই সুনীতা আহুজা আৰু গোবিন্দৰ বিবাহ বিচ্ছেদৰ উৰাবাতিয়ে বিগত কেইমাহমানৰ পৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। এতিয়া সুনীতা আহুজাই এই সকলোক উৰাবাতৰি বুলি কৈছে। এক বাৰ্তালাপত তেওঁ কয় যে গোবিন্দই তেওঁৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিবলৈ কি কৰে

বিবাহ বিচ্ছেদৰ খবৰক লৈ মুখ খুলিলে সুনীতা আহুজাই

সুনীতা আহুজা আৰু গোবিন্দৰ বিবাহ বিচ্ছেদৰ উৰাবাতিয়ে বিগত কেইমাহমানৰ পৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

এতিয়া সুনীতা আহুজাই এই সকলোক উৰাবাতৰি বুলি কৈছে। এক বাৰ্তালাপত তেওঁ কয় যে গোবিন্দই তেওঁৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিবলৈ কি কৰে আৰু গোবিন্দৰ কি কি ভাল লাগে।

উৰাবাতৰি উলাই কৰি তেওঁ কয় যে তেওঁলোকে প্ৰায় ৪০ বছৰ একেলগে কটালে আৰু সেয়া সৰু কথা নহয়।তেওঁ কয় যে যৌৱনত সকলোৱে ভুল কৰে যদিও দুটা ডাঙৰ সন্তান থকা ৬২ বছৰীয়া এজন ব্যক্তিয়ে কেতিয়াও এনে ভুল কৰিব নোৱাৰে।

তেওঁ লগতে কয় যে,’৪০ বছৰ বয়সত হোৱা স্বাভাৱিক কথা কি? প্ৰতিজন মানুহেই ভুল কৰে বন্ধু। সকলো বস্তুৰে এটা আয়ুস থাকে।

নিজৰ যৌৱনত কৰিলো, কিন্তু ৬২ বছৰ বয়সত যেতিয়া ইমান ডাঙৰ ডাঙৰ সন্তান আছে, এইটো বয়সত মানুহে ভূল কৰে নেকি?

লগতে পঢ়ক: পঞ্জাৱৰ বানপানীক লৈ দুখ প্ৰকাশ ছ’চিয়েল মিডিয়াৰ তাৰকা কিলি পলৰ…

শেহতীয়া প্ৰৱন্ধসমূহ