গৌৰৱ গগৈৰ পত্নী এলিজাৱেথক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য ; সমগ্ৰ ঘটনাক লৈ গঠন হ’ব SIT

গৌৰৱ গগৈৰ পত্নী এলিজাৱেথক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য।মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে ‘গৌৰৱ গগৈৰ লগত বিবাহৰ পিছতো পাকিস্তান ভ্ৰমণ কৰিছিল এলিজাৱেথে’। ‘ এই ভ্ৰমণত এলিজাৱেথক সাংসদ গৌৰৱ গগৈয়ে সংগ দিছিল নেকি বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰিছিল ?’ ‘ অসম চৰকাৰে এলিজাৱেথৰ সন্দৰ্ভত

গৌৰৱ গগৈৰ পত্নী এলিজাৱেথক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য।মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে ‘গৌৰৱ গগৈৰ লগত বিবাহৰ পিছতো পাকিস্তান ভ্ৰমণ কৰিছিল এলিজাৱেথে’। ‘

এই ভ্ৰমণত এলিজাৱেথক সাংসদ গৌৰৱ গগৈয়ে সংগ দিছিল নেকি বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰিছিল ?’ ‘ অসম চৰকাৰে এলিজাৱেথৰ সন্দৰ্ভত বহু তথ্য লাভ কৰিছে’ ।

‘গৌৰৱ গগৈৰ পত্নী কেইবাৰ পাকিস্তানলৈ এই সন্দৰ্ভত তথ্য ল’ব লাগিব পাছপ’ৰ্টৰ পৰা’বুলি জানিবলৈ দিয়ে ।সমগ্ৰ ঘটনাক লৈ এতিয়া গঠন হ’ব SIT। ‘SIT-এ এলিজাৱেথৰ পৰা বিচাৰিব পাছপ’ৰ্ট’। সমগ্ৰ ঘটনা সন্দৰ্ভত SIT-এ ৰুজু কৰিব গোচৰ। সমগ্ৰ ঘটনাক লৈ অসম আৰক্ষীৰ SIT-এ কৰিব তদন্ত ।

শেহতীয়া প্ৰৱন্ধসমূহ