কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় দিয়া হটব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক...

কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় দিয়া হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক… কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় দিয়া হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক -পুৱা ৮ বজাৰ ভিতৰত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা হ’ব সোণাপুৰলৈ -পৰিয়ালৰ সকলো লোকৰ কাৰণে চৰকাৰে কৰিছে বিশেষ বাহনৰ ব্যৱস্থা -অন্য কোনো বাহনে কৰিব নোৱাৰিব প্ৰৱেশ -ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় দিয়া হ’ব জুবিন

কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় দিয়া হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক

-পুৱা ৮ বজাৰ ভিতৰত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা হ’ব সোণাপুৰলৈ

-পৰিয়ালৰ সকলো লোকৰ কাৰণে চৰকাৰে কৰিছে বিশেষ বাহনৰ ব্যৱস্থা

-অন্য কোনো বাহনে কৰিব নোৱাৰিব প্ৰৱেশ

-ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় দিয়া হ’ব জুবিন গাৰ্গ

-২ বজা পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথত চলিব নোৱাৰিব যান-বাহন

-আজি আৰু কাইলৈ বন্ধ থাকিব সকলো সুৰাৰ বিপণী

-মেঘালয় চৰকাৰেও বন্ধ ৰাখিব সুৰাৰ বিপণী

-বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয়

-সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানক শিল্পীগৰাকীক স্মৰণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

-জুবিন গাৰ্গৰ ১৩ দিনীয়া শ্ৰাদ্ধ সম্পন্ন কৰা হ’ব যোৰহাটত

-উপস্থিত থাকিব পৰিয়ালৰ সকলো লোক

-জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ চাৰিওপাশে দিয়া হব বাউণ্ডেৰি

-শীঘ্ৰেই সমাধিক্ষেত্ৰ বনোৱা হ’ব সোণাপুৰত

-সমান্তৰালকৈ যোৰহাটতো সমাধিক্ষেত্ৰৰ কাম আৰম্ভ হব

-১৩ দিনৰ দিনাই যোৰহাটলৈ লৈ যোৱা হ’ব আপোন শিৱ্পীগৰাকীৰ চিতাভষ্ম

-সোণাপুৰৰ সমান্তৰালকৈ যোৰহাটতো হ’ব সমাধিক্ষেত্ৰ

-চিৰকাললৈ মনত ৰাখিব পৰাকৈ প্ৰিয় জুবিন গাৰ্গক দিয়া হব বিদায়

-সকলো ৰাইজক সহায়-সহযোগিতাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

-কোনো লোকে ইচ্ছাকৃতভাৱে বিশৃংখলতাৰ সৃষ্টি কৰিলেই চৰকাৰে ল’ব ব্যৱস্থা

-জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা শেষকৃত্যলৈ সকলো অনুষ্ঠানলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে

-জুবিনৰ অনুৰাগীসকলৰ পৰাও লোৱা হব পৰামৰ্শ

-ৰাইজৰ পৰা কথা আহিলেই গ্ৰহণ কৰা হব সিদ্ধান্ত

-গাঁৱৰ ৰাইজে একেলগে শেষ শ্ৰদ্ধা জনাওক

-চৰকাৰৰ LEDস্ক্ৰীণৰ জৰিয়তে কৰা হব জুবিনৰ শেষকৃত্য অনুষ্ঠানৰ লাইভ টেলিকাষ্ট

-DIPRক সামাজিক অনুষ্ঠানত LED স্ক্ৰীণ লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দিয়া হৈছে নিৰ্দেশ

-জুবিনৰ নশ্বৰদেহ লগত কালিয়েই আহিছিল সন্দীপন গাৰ্গ

-চৰকাৰী অনুমতি লৈ  সন্দিপন গাৰ্গ গৈছিল নে ছিংগাপুৰলৈ 

-জুবিনৰ শেষকৃত্য অনুষ্ঠানৰ পিছতে সেই বিষয়েও কৰা হব তদন্ত

-আটাইকেইখন জিলাৰ DCকো সামাজিক স্থানত  LED স্ক্ৰীণ লগোৱাৰ নিৰ্দেশ

-পুৱা ৭.৩০ৰ মানতে শেষকৃত্য কৰাৰ পৰিকল্পনা চৰকাৰৰ

-ৰাইজৰ সমস্যা নোহোৱাকৈ পুৱা সোনকালেই শেষকৃত্য সম্পন্ন কৰাৰ চেষ্টা

লগতে পঢ়ক : আজিও লোকাৰণ্য সৰুসজাই; প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ

শেহতীয়া প্ৰৱন্ধসমূহ