সম্পন্ন হ'ল জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষা…

সম্পন্ন হ’ল জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষা… শেষকৃত্যৰ বাবে লৈ যোৱা হ’ব নশ্বৰ দেহ

সম্পন্ন হ’ল জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষা -সম্পন্ন হ’ল মৰোণোত্তৰ পৰীক্ষা -মৰ্গৰ পৰা উলিয়াই অনা হ’ল জুবিন গাৰ্গৰ নশ্বৰ দেহ -জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হৈছে সৰুসজাইলৈ -সৰুসজাইৰ পৰা লৈ যোৱা হ’ব সোণাপুৰলৈ -শেষকৃত্যৰ বাবে লৈ যোৱা হ’ব জুবিনৰ নশ্বৰ দেহ -বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ

সম্পন্ন হ’ল জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষা

-সম্পন্ন হ’ল মৰোণোত্তৰ পৰীক্ষা

-মৰ্গৰ পৰা উলিয়াই অনা হ’ল জুবিন গাৰ্গৰ নশ্বৰ দেহ

-জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হৈছে সৰুসজাইলৈ

-সৰুসজাইৰ পৰা লৈ যোৱা হ’ব সোণাপুৰলৈ

-শেষকৃত্যৰ বাবে লৈ যোৱা হ’ব জুবিনৰ নশ্বৰ দেহ

-বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ

-শেষকৃত্যৰ বাবে পুৱা ৭বজাৰ পৰা বিয়লি ৪বজালৈ বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ

-আজি বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান

-কামৰূপ মেট্ৰ’ত বন্ধ সকলো চৰকাৰী কাৰ্যালয়

-ইফালে সোণাপুৰত হাজাৰ হাজাৰ লোক সাজু

-অন্তিমবাৰৰ বাবে জুবিন গাৰ্গক চাবলৈ জনতাৰ ভিৰ

-নিশাৰে পৰা ভিৰ লাগিছে অগণন লোকৰ

লগতে পঢ়ক : কিছু সময় পিছতেই সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা…

শেহতীয়া প্ৰৱন্ধসমূহ