বিধ্বংসী বানত শোকাৱহ ঘটনা, একে পৰিয়ালৰ ৪ সদস্য নিখোঁজ

বিধ্বংসী বানত শোকাৱহ ঘটনা, একে পৰিয়ালৰ ৪ সদস্য নিখোঁজ

চৰাইদেউত বিধ্বংসী বানত শোকাৱহ ঘটনা –চৰাইদেউত বিধ্বংসী বানত শোকাৱহ ঘটনা -একে পৰিয়ালৰ ৪ সদস্য নিখোঁজ -নিশা হঠাৎ অহা  বানে উটুৱাই নিয়ে পৰিয়ালটোক -লাকুৱা অভয়পুৰীয়া গাঁৱৰ ৰোহিনী দুৱৰাৰ পৰিয়ালটো সন্ধানহীন -নিশা ভয়াৱহ বান অহাত ওখ ঠাইত আশ্ৰয় লৈছিল -কিন্তু হঠাৎ অহা প্ৰলয়ংকৰী সোঁতে ৰোহিনী দুৱৰাৰ পত্নী

চৰাইদেউত বিধ্বংসী বানত শোকাৱহ ঘটনা

চৰাইদেউত বিধ্বংসী বানত শোকাৱহ ঘটনা

-একে পৰিয়ালৰ ৪ সদস্য নিখোঁজ

-নিশা হঠাৎ অহা  বানে উটুৱাই নিয়ে পৰিয়ালটোক

-লাকুৱা অভয়পুৰীয়া গাঁৱৰ ৰোহিনী দুৱৰাৰ পৰিয়ালটো সন্ধানহীন

-নিশা ভয়াৱহ বান অহাত ওখ ঠাইত আশ্ৰয় লৈছিল

-কিন্তু হঠাৎ অহা প্ৰলয়ংকৰী সোঁতে ৰোহিনী দুৱৰাৰ পত্নী টুটুমনি দুৱৰা আৰু কন্যা বিদিশা দুৱৰাক উটুৱাই নিয়ে

-দুই পুত্ৰ বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাকো উটুৱাই নিয়ে বানে

-বৰ্তমানেও উদ্ধাৰ  হোৱা নাই পৰিয়ালটোৰ এজনো সদস্য

লগতে পঢ়ক : সেনাৰ ‘অপাৰেচন জল ৰাহাত’ৰ জৰিয়তে শতাধিক বানাক্ৰান্তক উদ্ধাৰ