শিৱসাগৰৰ জাঁজীত পুনৰ প্ৰলয়ংকাৰী বানৰ ভয়ংকৰ ৰূপ

শিৱসাগৰৰ জাঁজীত পুনৰ প্ৰলয়ংকাৰী বানৰ ভয়ংকৰ ৰূপ

শিৱসাগৰৰ জাঁজীত বানে লৈছে কাল ৰপ –শিৱসাগৰৰ জাঁজীত পুনৰ প্ৰলয়ংকাৰী বানৰ ভয়ংকৰ ৰূপ -জাঁজীৰ নৰা-কোঁৱৰ বাইলুং গাঁৱত অবৰ্ণনীয় পৰিস্থিতি -চিকিৰিচুকৰ জাঁজী মথাউৰি ভঙাৰ ফলত অৰ্দ্ধ-শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত -প্ৰলয়ংকৰী বানে ভাঙি-ছিগি উটুৱাই নিয়ে বহু লোকৰ ঘৰ-দুৱাৰ, সামগ্ৰী -বহু পৰিয়ালৰ লাগতিয়াল সামগ্ৰী, আচবাব, গুৰুত্বপূৰ্ণ নথি-পত্ৰ উটুৱাই নিয়ে

শিৱসাগৰৰ জাঁজীত বানে লৈছে কাল ৰপ

শিৱসাগৰৰ জাঁজীত পুনৰ প্ৰলয়ংকাৰী বানৰ ভয়ংকৰ ৰূপ

-জাঁজীৰ নৰা-কোঁৱৰ বাইলুং গাঁৱত অবৰ্ণনীয় পৰিস্থিতি

-চিকিৰিচুকৰ জাঁজী মথাউৰি ভঙাৰ ফলত অৰ্দ্ধ-শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত

-প্ৰলয়ংকৰী বানে ভাঙি-ছিগি উটুৱাই নিয়ে বহু লোকৰ ঘৰ-দুৱাৰ, সামগ্ৰী

-বহু পৰিয়ালৰ লাগতিয়াল সামগ্ৰী, আচবাব, গুৰুত্বপূৰ্ণ নথি-পত্ৰ উটুৱাই নিয়ে বানে

-অন্ন-বস্ত্ৰ-বাসস্থান আৰু বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ পৰিৱেশ

-সৰ্বস্ব হেৰুৱাই কান্দোনত ভাঙি পৰিছে বন্যাৰ্ত লোক

লগতে পঢ়ক : বিধ্বংসী বানত শোকাৱহ ঘটনা, একে পৰিয়ালৰ ৪ সদস্য নিখোঁজ

শেহতীয়া প্ৰৱন্ধসমূহ