ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল

-ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ ফলাফল -অসম চৰকাৰৰ ২৩৫ টা গুৰুত্বপূৰ্ণ পদবীৰ বাবে ঘোষণা কৰা হয় ফলাফল -শীৰ্ষ ১০ গৰাকীৰ ৭ গৰাকীয়ে মহিলা -প্ৰথম স্থানত চিৰঞ্জীৱ ফুকন, দ্বিতীয় স্থানত এনিশা বুঢ়াগোহাঁই -তৃতীয় স্থানত হিমাদ্ৰীজিতা বৰা, চতুৰ্থ স্থানত মৃগাক্ষী বৰুৱা -পঞ্চম স্থানত টুটুমণি কাকতি,

-ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ ফলাফল

-অসম চৰকাৰৰ ২৩৫ টা গুৰুত্বপূৰ্ণ পদবীৰ বাবে ঘোষণা কৰা হয় ফলাফল

-শীৰ্ষ ১০ গৰাকীৰ ৭ গৰাকীয়ে মহিলা

-প্ৰথম স্থানত চিৰঞ্জীৱ ফুকন, দ্বিতীয় স্থানত এনিশা বুঢ়াগোহাঁই

-তৃতীয় স্থানত হিমাদ্ৰীজিতা বৰা, চতুৰ্থ স্থানত মৃগাক্ষী বৰুৱা

-পঞ্চম স্থানত টুটুমণি কাকতি, ষষ্ট স্থানত মৃদুস্মিতা ৰায়

-৭ম স্থানত মেৰী কলিতা, ৮ম স্থানত দীক্ষা সৰকাৰ

-নৱম স্থানত নীলম গাৰ্গ, দশম স্থানত অংকিতা চেত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ