সলনি হ’ব বহু মন্ত্ৰীৰ নিজ নিজ দপ্তৰ , কেতিয়ালৈ দিব মন্ত্ৰীত্ব ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

আজি মন্ত্ৰী হিচাপে শপত ললে ৪ নতুন মন্ত্ৰীয়ে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিলে বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালে । তাৰ পিছতেই নতুন মন্ত্ৰীসভাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া মন্তব্য অনুসৰি “পূৰ্বৰ বহু

আজি মন্ত্ৰী হিচাপে শপত ললে ৪ নতুন মন্ত্ৰীয়ে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিলে বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালে । তাৰ পিছতেই নতুন মন্ত্ৰীসভাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।

মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া মন্তব্য অনুসৰি “পূৰ্বৰ বহু মন্ত্ৰীৰ সলনি হ’ব নিজ নিজ দপ্তৰ। নতুনকৈ শপত লোৱা ৪ মন্ত্ৰীক প্ৰদান কৰা হ’ব দায়িত্ব। নতুন ৪ গৰাকী মন্ত্ৰীয়ে শনিবাৰে শপত গ্ৰহণ কৰে যদিও সোমবাৰে বিতৰণ কৰা হ’ব দপ্তৰ” ।৪ নতুন মন্ত্ৰীৰ আগমনে মন্ত্ৰীসভাক সফল কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ।  

শেহতীয়া প্ৰৱন্ধসমূহ