পৰাস্ত হ’ল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়া; ঐতিহাসিক বিজয়ৰ দিশে বিজেপি

দিল্লীৰ বিধানসভাত জনতাই প্ৰত্যাখ্যান কৰিলে আপক। দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিছ’ডিয়াৰ পৰাজয়।৬৩৬ টা ভোটত পৰাস্ত হয় প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী গৰাকী। জংগাপুৰা সমষ্টিৰ পৰা পৰাজয় হ’ল মনীষ ছিছ’ডিয়া।মনীষ ছিছ’ডিয়াক পৰাজয় কৰিলে বিজেপিৰ তৰবিন্দ সিঙে। পুৱাৰে পৰা চলি থকা ভোটগণনাত ইতিমধ্যে পিছ পৰি আছে অৰবিন্দ কেজৰীৱাল। ২৭ বছৰৰ

দিল্লীৰ বিধানসভাত জনতাই প্ৰত্যাখ্যান কৰিলে আপক। দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিছ’ডিয়াৰ পৰাজয়।৬৩৬ টা ভোটত পৰাস্ত হয় প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী গৰাকী।

জংগাপুৰা সমষ্টিৰ পৰা পৰাজয় হ’ল মনীষ ছিছ’ডিয়া।মনীষ ছিছ’ডিয়াক পৰাজয় কৰিলে বিজেপিৰ তৰবিন্দ সিঙে।

পুৱাৰে পৰা চলি থকা ভোটগণনাত ইতিমধ্যে পিছ পৰি আছে অৰবিন্দ কেজৰীৱাল। ২৭ বছৰৰ পিছত দিল্লীত বিজেপিয়ে গঠন কৰিব চৰকাৰ। ভোটযুদ্ধত মুখ থেকেছা আম আদমি পাৰ্টিৰ।