পুনৰ মহানগৰীত জঘন্য অপহৰণৰ ঘটনা। জালুকবাৰীৰ কৈলাশপুৰৰ ১৩ বছৰীয়া কিশোৰীক অপহৰণৰ লগতে দলবদ্ধ ধৰ্ষণ চাৰি যুৱকৰ। এগৰাকী ১৩ বছৰীয়া কিশোৰীক ৪ যুৱকে দলবন্ধ ধৰ্ষণ কৰাৰ অভিযোগ। পৰিয়ালৰ অভিযোগ মৰ্মে সুন্দৰবড়িৰ চাৰি যুৱকৰ দলে অপহৰণ কৰি OYO হোটেলত লৈ যায় আৰু দলবদ্ধভাৱে ধৰ্ষণ কৰে কিশোৰীগৰাকীক। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক ঘৰৰ ওচৰত পেলায় থৈ যোৱাৰ অভিযোগ। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে জালুকবাৰী আৰক্ষীক এজাহাৰ দাখিল কৰে। জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুজনকৈ যুৱকক আটক কৰে আৰু বাকি দুই অভিযুক্ত এতিয়াও পলাতক অৱস্থাত। আটকাধীন ধৃত যুৱক দুজনৰ নাম আৰিয়ান হুছেইন আৰু ভাশ্যপ ডেকা। পৰিয়ালৰ এজাহাৰ মৰ্মে জালুকবাৰী আৰক্ষীয়ে কেচ ৰুজু কৰে। কেচ নম্বৰ ০৩/২৪ ৰ Pocso আইনৰ অধীনত যুৱক দুজন জালুকবাৰী আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰে
OYO হোটেলত ১৩ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ, ২ অভিযুক্তক আটক আৰক্ষীৰ !
পুনৰ মহানগৰীত জঘন্য অপহৰণৰ ঘটনা। জালুকবাৰীৰ কৈলাশপুৰৰ ১৩ বছৰীয়া কিশোৰীক অপহৰণৰ লগতে দলবদ্ধ ধৰ্ষণ চাৰি যুৱকৰ। এগৰাকী ১৩ বছৰীয়া কিশোৰীক ৪ যুৱকে দলবন্ধ ধৰ্ষণ কৰাৰ অভিযোগ। পৰিয়ালৰ অভিযোগ মৰ্মে সুন্দৰবড়িৰ চাৰি যুৱকৰ দলে অপহৰণ কৰি OYO হোটেলত লৈ যায় আৰু দলবদ্ধভাৱে ধৰ্ষণ কৰে কিশোৰীগৰাকীক। পৰৱৰ্তী
শেহতীয়া প্ৰৱন্ধসমূহ

সৰ্বদলীয় বৈঠকত টিএমচি বিদ্ৰোহী সাংসদৰ আমন্ত্ৰক লৈ তীব্ৰ ক্ষোভ বিৰোধীৰ
Time8
July 19, 2026

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026
Your Ad Here





