প্ৰকাশ পালে ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা

-প্ৰকাশ পালে ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা -মুঠ ৩৬ দিন চৰকাৰী বন্ধ থাকিব ২০২৫ বৰ্ষত, মাত্ৰ এদিন অৰ্ধছুটী -৩১ মাৰ্চত ঈদ-উল ফিটৰ -৭ জুনত ঈদ-উল-জ্জোহা -১৪, ১৫ জানুৱাৰীত মাঘবিহু আৰু তুচু পূজা -২৩ জানুৱাৰীত নেতাজী জয়ন্তী -২৬ জানুৱাৰীত গণৰাজ্য দিৱস -২৮ জানুৱাৰীত বাথৌ পূজা -৩১

-প্ৰকাশ পালে ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা

-মুঠ ৩৬ দিন চৰকাৰী বন্ধ থাকিব ২০২৫ বৰ্ষত, মাত্ৰ এদিন অৰ্ধছুটী

-৩১ মাৰ্চত ঈদ-উল ফিটৰ

-৭ জুনত ঈদ-উল-জ্জোহা

-১৪, ১৫ জানুৱাৰীত মাঘবিহু আৰু তুচু পূজা

-২৩ জানুৱাৰীত নেতাজী জয়ন্তী

-২৬ জানুৱাৰীত গণৰাজ্য দিৱস

-২৮ জানুৱাৰীত বাথৌ পূজা

-৩১ জানুৱাৰীত মে-ডাম-মে-ফী

-১২ ফেব্ৰুৱাৰীত বীৰ চিলাৰায় দিৱস

-১৪ মাচৰ্ত দৌলযাত্ৰা

-১৪, ১৫, ১৬ এপ্ৰিলত ব’হাগ বিহু

-১৮ এপ্ৰিলত গুড ফ্ৰাইডে

-২১ এপ্ৰিলত সতী সাধনী দিৱস

-২৮ এপ্ৰিলত দামোদৰ দেৱৰ তিথি

-১ মে’ত মে’ দিৱস

-১২ মে’ত বুদ্ধ পূৰ্ণিমা

-১২ জুনত শ্ৰীশ্ৰীমাধৱদেৱৰ তিথি

-১৫ আগষ্টত স্বাধীনতা দিৱস

-২৫ আগষ্টত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

-৩ ছেপ্টেম্বৰত কৰম পূজা

-১২ ছেপ্টেম্বৰত শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি

-১৪ ছেপ্টেম্বৰত জন্মাষ্টমী

-২৯, ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত দূৰ্গা পূজা

-২ অক্টোবৰত গান্ধী জয়ন্তী আৰু শংকৰ জন্মোতসৱ

-১৮ অক্টোবৰত কাতি বিহু

-২০ অক্টোবৰত কালীপূজা, দীপাৱলী

-২৩ অক্টোবৰত ভাতৃ দ্বিতীয়া

-২৮ অক্টোবৰত ষট পূজা

-৫ নৱেম্বৰত গুৰুনানক জয়ন্তী

-২৪ নৱেম্বৰত লাচিত দিৱস

-২ ডিচেম্বৰত অসম দিৱস

-২৫ ডিচেম্বৰত বৰদিন

-৬ অক্টোবৰত লক্ষ্মী পূজাৰ অৰ্ধছুটী

শেহতীয়া প্ৰৱন্ধসমূহ