-বিহুৰ বতৰতে শোকাৱহ খবৰ
-জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই
-গীত পৰিৱেশনৰ মাজতে মঞ্চতে ঢলি পৰিছিল শিল্পীগৰাকী
-ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল তেওঁক
-আই চি ইউত চিকিৎসাধীন অৱস্থাত মৃত্যু শিল্পীগৰাকীৰ
-গীত গাই থাকোতে হৃদৰোগত আক্ৰান্ত হৈ হঠাৎ ঢলি পৰিছিল শিল্পীগৰাকী
-ফিল’বাৰী ৰহবাৰী পৰ্যটন মেলাত গীত পৰিৱেশন কৰি আছিল ৰাজীৱ শদিয়াই
বিহুৰ বতৰতে শোকাৱহ খবৰ, জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই
-বিহুৰ বতৰতে শোকাৱহ খবৰ-জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই-গীত পৰিৱেশনৰ মাজতে মঞ্চতে ঢলি পৰিছিল শিল্পীগৰাকী-ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল তেওঁক-আই চি ইউত চিকিৎসাধীন অৱস্থাত মৃত্যু শিল্পীগৰাকীৰ-গীত গাই থাকোতে হৃদৰোগত আক্ৰান্ত হৈ হঠাৎ ঢলি পৰিছিল শিল্পীগৰাকী-ফিল’বাৰী ৰহবাৰী পৰ্যটন মেলাত গীত পৰিৱেশন কৰি আছিল
- Tags: কণ্ঠশিল্পী, ৰাজীৱ শদিয়া
শেহতীয়া প্ৰৱন্ধসমূহ


আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ডি কে শিৱকুমাৰে…
Time8
June 3, 2026


বংগত শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ; ৩৫ গৰাকী নতুন মুখে ললে শপত
Time8
June 1, 2026
Your Ad Here





