ঘোষণা কৰা হ’ল গুণোৎসৱৰ দিন; প্ৰথমবাৰৰ বাবে মুকলি বিশেষ প’ৰ্টেল  

৬ জানুৱাৰীৰ পৰা ৩টা পৰ্যায়ত হ’ব চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ। চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ৩৫খন জিলা। ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ৰাজ্যৰ ১১খন জিলাত।১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে । দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি

৬ জানুৱাৰীৰ পৰা ৩টা পৰ্যায়ত হ’ব চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ। চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ৩৫খন জিলা। ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ।

প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ৰাজ্যৰ ১১খন জিলাত।১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে । দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ১৪ খনকৈ জিলা।

আনহাতে ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। আৰু এই তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ১০ খন জিলাত অনুষ্ঠিত হ’ব।

প্ৰথমবাৰৰ কাৰণে এইবাৰ গুণোৎসৱক লৈ মুকলি কৰা হৈছে বিশেষ প’ৰ্টেল। গুণোৎসৱ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি এই কথা ক’লে শিক্ষামন্ত্ৰীয় ড০ ৰণোজ পেগুৱে।