সমবেত হ’ব নোৱাৰিব ৫গৰাকীতকৈ অধিক লোক ! গুৱাহাটীৰ এই এলেকাত জাৰি BNS ১৬৩  

-মহানগৰীৰ ৰাজভৱনৰ সমীপত ১৬৩ BNS ধাৰা জাৰি -১ কিঃমিঃ ব্যসাৰ্ধজুৰি অঞ্চলত ১৬৩ BNS জাৰি -একত্ৰিত হ’ব নোৱাৰিব ৫গৰাকীতকৈ অধিক লোক -প্ৰতিবাদ-আন্দোলন ৰোধ কৰিবলৈ ১৬৩ ধাৰা প্ৰযোজ্য -অনিৰ্দিষ্টকাললৈ এই নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে -অনুমতিবিহীন কোনো ৰেলী উলিয়াব নোৱাৰিব ৰাজভৱনৰ সমীপত -অকৰ্তৃত্বশীল যান-বাহনৰ চলাচলতো বাধা আৰোপ

-মহানগৰীৰ ৰাজভৱনৰ সমীপত ১৬৩ BNS ধাৰা জাৰি

-১ কিঃমিঃ ব্যসাৰ্ধজুৰি অঞ্চলত ১৬৩ BNS জাৰি

-একত্ৰিত হ’ব নোৱাৰিব ৫গৰাকীতকৈ অধিক লোক

-প্ৰতিবাদ-আন্দোলন ৰোধ কৰিবলৈ ১৬৩ ধাৰা প্ৰযোজ্য

-অনিৰ্দিষ্টকাললৈ এই নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে

-অনুমতিবিহীন কোনো ৰেলী উলিয়াব নোৱাৰিব ৰাজভৱনৰ সমীপত

-অকৰ্তৃত্বশীল যান-বাহনৰ চলাচলতো বাধা আৰোপ

-আইন উলংঘা কৰিলেই সন্মুখীন হ’ব শাস্তিৰ

শেহতীয়া প্ৰৱন্ধসমূহ