ডিভাইডাৰ ভাঙি ট্ৰাকত খুন্দা তীব্ৰেবেগী চাৰিচকীয়া বাহনৰ; ৫ জনৰ মৃত্যু

ছত্তীশগড়ত এটা ডাঙৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।এখন দ্ৰুতবেগী বাহনে ৰাস্তাৰ ডিভাইডাৰ ভাঙি এখন ট্ৰাকত খুন্দা মাৰে। দুৰ্ঘটনাটো ৰায়পুৰৰ ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, এই দুৰ্ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া বাহনখনে তীব্ৰ গতিত গৈ

ছত্তীশগড়ত এটা ডাঙৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।এখন দ্ৰুতবেগী বাহনে ৰাস্তাৰ ডিভাইডাৰ ভাঙি এখন ট্ৰাকত খুন্দা মাৰে।

দুৰ্ঘটনাটো ৰায়পুৰৰ ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, এই দুৰ্ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছে।

জানিব পৰা মতে ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া বাহনখনে তীব্ৰ গতিত গৈ আছিল।হঠাতে বাহনখনে ভাৰসাম্য হেৰুওৱাই ৰাস্তাৰ মাজৰ ডিভাইডাৰ ভাঙি বিপৰিত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল।

ফলত পাঁচজন লোকে প্ৰাণ হেৰুৱাইলে।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

শেহতীয়া প্ৰৱন্ধসমূহ