আকাশমাৰ্গেৰে দিল্লীৰ পৰা অসমলৈ আহি আছে প্ৰিয় শিল্পী জুবিন গাৰ্গ…

আকাশমাৰ্গেৰে দিল্লীৰ পৰা অসমলৈ আহি আছে প্ৰিয় শিল্পী জুবিন গাৰ্গ…

দিল্লীৰ পৰা অসমলৈ আহি আছে প্ৰিয় শিল্পী জুবিন গাৰ্গ -আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই আহি পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ -বিমানযোগে লৈ অনা হৈছে মৰমৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ -চাৰ্টাৰ্ড প্লেনত আনিব পৰা নগ’ল অসমীয়াৰ আপোন শিল্পীগৰাকীৰ নশ্বৰ দেহ -জুবিনক অনা কফিনৰ আকাৰ ডাঙৰ হোৱাৰ বাবেই

দিল্লীৰ পৰা অসমলৈ আহি আছে প্ৰিয় শিল্পী জুবিন গাৰ্গ

-আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই আহি পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ

-বিমানযোগে লৈ অনা হৈছে মৰমৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ

-চাৰ্টাৰ্ড প্লেনত আনিব পৰা নগ’ল অসমীয়াৰ আপোন শিল্পীগৰাকীৰ নশ্বৰ দেহ

-জুবিনক অনা কফিনৰ আকাৰ ডাঙৰ হোৱাৰ বাবেই সৃষ্টি হ’ল সমস্যাৰ

-কেইবাখনো চাৰ্টাৰ্ড প্লেনত অনাৰ বাবে কৰা হৈছিল চেষ্টা

-কিন্তু ইয়াৰ পিছতো লাভ কৰা নহ’ল সফলতা

-এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে লৈ অনা হৈছে জুবিনৰ নশ্বৰ দেহ

-৪.৩০ বজাত দিল্লী বিমান বন্দৰৰ পৰা যাত্ৰা কৰিছে বিমানখনে

-৬.৪৫ বজাত পাবহি গুৱাহাটী বিমান বন্দৰত

-সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

-বিমান বন্দৰত উপস্থিত সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ

-জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিমান বন্দৰত লক্ষ লক্ষ লোক

-ওৰে নিশা সমগ্ৰ মহানগৰীত লাখ লাখ লোকৰ শ্ৰদ্ধাঞ্জলি

লগতে পঢ়ক : দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ…

শেহতীয়া প্ৰৱন্ধসমূহ