জল্পনা কল্পনাৰ অন্ত :  ঘোষণা হ’ল হিমন্ত বিশ্ব শৰ্মাৰ নতুন মন্ত্ৰীৰ নাম  

বহু অপেক্ষাৰ অন্তত ঘোষণা কৰা হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা। ৪গৰাকীকৈ বিধায়কক নতুনকৈ মন্ত্ৰিত্ব প্ৰদান।নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হল ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়, প্ৰশান্ত ফুকন। দীঘলিয়া সময়ধৰি বিধায়ক হিচাপে থকা প্ৰশান্ত ফুকনে পালে মন্ত্ৰিত্ব।ইফালে প্ৰথমবাৰলৈ বিধায়ক হৈয়ে কৌশিক ৰায়েও পালে মন্ত্ৰিত্ব।

বহু অপেক্ষাৰ অন্তত ঘোষণা কৰা হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা। ৪গৰাকীকৈ বিধায়কক নতুনকৈ মন্ত্ৰিত্ব প্ৰদান।নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হল ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল,  কৌশিক ৰায়, প্ৰশান্ত ফুকন।

দীঘলিয়া সময়ধৰি বিধায়ক হিচাপে থকা প্ৰশান্ত ফুকনে পালে মন্ত্ৰিত্ব।ইফালে প্ৰথমবাৰলৈ বিধায়ক হৈয়ে কৌশিক ৰায়েও পালে মন্ত্ৰিত্ব। ৭ ডিচেম্বৰত শপত লব ৪ গৰাকী নতুন মন্ত্ৰীয়ে।  

শেহতীয়া প্ৰৱন্ধসমূহ