সাংসদ ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিলক প্ৰহাৰ ; মুখত ক’লা কাপোৰ বান্ধি বেটেৰে আক্ৰমণ দুৰ্বৃত্তৰ

নগাঁৱৰ ৰূপহীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনক প্ৰহাৰ কৰে দুৰ্বৃত্তই। জানিবলৈ পৰা মতে এখন স্কুটিত পুত্ৰৰ সৈতে সাংসদ গৰাকী ৰূপহীৰ গুণাবাৰীৰ এখন সভালৈ গৈ আছিল। সেই সময়তে মুখত ক’লা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই বেটেৰে প্ৰহাৰ কৰে দুয়োকে।

নগাঁৱৰ ৰূপহীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনক প্ৰহাৰ কৰে দুৰ্বৃত্তই।

জানিবলৈ পৰা মতে এখন স্কুটিত পুত্ৰৰ সৈতে সাংসদ গৰাকী ৰূপহীৰ গুণাবাৰীৰ এখন সভালৈ গৈ আছিল। সেই সময়তে মুখত ক’লা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই বেটেৰে প্ৰহাৰ কৰে দুয়োকে।

ঘটনাৰ ফলত স্কুটিৰ পৰা পৰি যায় সাংসদ গৰাকী। জানিব পৰা মতে ৰূপহীহাটৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাও ৰকিবুল হুছেইনৰ লগত উপস্থিত আছিল। সাংসদ গৰাকীৰ লগতে তেওঁৰ দেহৰক্ষীকো আক্ৰমণ কৰে দুৰ্বৃত্তই।

শেহতীয়া প্ৰৱন্ধসমূহ