দক্ষিণৰ তাৰকা চলচ্চিত্ৰ অভিনেতা অজিত কুমাৰে শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত হ’বলগীয়া ৰেচিং চেম্পিয়নশ্বিপৰ বাবে কৰা অনুশীলনৰ সময়ত এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয়। যাৰ ফলত তেঁওৰ গাড়ীৰ বহু ক্ষতি হয়। অৱশ্যে দুৰ্ঘটনাটোত তেঁওৰ কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ বাতৰি পোৱা লাভ কৰাৰ পিছতে তেঁওৰ অনুৰাগীসকলৰ মাজত চৰ্চাৰ হৈ পৰিল যাৰ প্ৰভাৱ সামাজিক মাধ্যমত পৰা দেখা গ’ল। অনুৰাগীৰ উদ্বেগ দেখি অজিত কুমাৰ ৰেচিঙ টীমৰ মেনেজাৰে এক ছ’চিয়েল মিডিয়া প’ষ্টৰ জড়িয়তে অনুৰাগীসকলক আশ্বাস দিছে যে তেওঁ সুস্থ আছে।
দক্ষিণৰ তাৰকা অভিনেতা অজিত কুমাৰৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত, অনুৰাগীৰ মাজত হাহাকাৰ !
দক্ষিণৰ তাৰকা চলচ্চিত্ৰ অভিনেতা অজিত কুমাৰে শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত হ’বলগীয়া ৰেচিং চেম্পিয়নশ্বিপৰ বাবে কৰা অনুশীলনৰ সময়ত এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয়। যাৰ ফলত তেঁওৰ গাড়ীৰ বহু ক্ষতি হয়। অৱশ্যে দুৰ্ঘটনাটোত তেঁওৰ কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ বাতৰি পোৱা লাভ কৰাৰ পিছতে
- Tags: অজিত কুমাৰ, তাৰকা, দুৰ্ঘটনা, ৰেচিং কাৰ
শেহতীয়া প্ৰৱন্ধসমূহ

সৰ্বদলীয় বৈঠকত টিএমচি বিদ্ৰোহী সাংসদৰ আমন্ত্ৰক লৈ তীব্ৰ ক্ষোভ বিৰোধীৰ
Time8
July 19, 2026

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026
Your Ad Here





