সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত? মন্ত্ৰী পীযূষ হাজৰিকাই প্ৰকাশ কৰিলে নাম

বৃহস্পতিবাৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনৰ দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। তাৰ মাজতে সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে। মন্ত্ৰী পীযূষ হাজৰিকাই ইতিমধ্যে প্ৰকাশ কৰিলে নাম। সেই আক্ৰমণকাৰীকেইটা হৈছে

বৃহস্পতিবাৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনৰ দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। তাৰ মাজতে সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে। মন্ত্ৰী পীযূষ হাজৰিকাই ইতিমধ্যে  প্ৰকাশ কৰিলে নাম। সেই আক্ৰমণকাৰীকেইটা হৈছে হাৰুম জামটোলা, হৰেশ বছীৰ কাছেম, ছিদুল আয়ুব লুটকিয়ৰ খালেদ মজিবুৰ, জাহাংগীৰ।

সমগ্ৰ বিষয়টোৰ বাবে আজি উত্তপ্ত হৈ পৰে সদন। সদনত দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছিল বিষয়টো। জানিব পৰা মতে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া।

শেহতীয়া প্ৰৱন্ধসমূহ