লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ; বান্দৰে ফচল নষ্ট কৰিলে আপুনি পাব ধন

ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহিছে এক ভাল খবৰ ।ফচল বীমাৰ নতুন নিয়মক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ কৃষক সকলক মুখ্যমন্ত্ৰী গৰাকীয়ে দিলে ভালখবৰ। আপোনাৰ খেতি যদি বান্দৰ বা হাতীয়ে নষ্ট কৰে তেনেহলে এতিয়াৰ পৰা আপুনি লাভ কৰিব ক্ষতিপূৰণ।

ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহিছে এক ভাল খবৰ ।ফচল বীমাৰ নতুন নিয়মক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ কৃষক সকলক মুখ্যমন্ত্ৰী গৰাকীয়ে দিলে ভালখবৰ।

আপোনাৰ খেতি যদি বান্দৰ বা হাতীয়ে নষ্ট কৰে তেনেহলে এতিয়াৰ পৰা আপুনি লাভ কৰিব ক্ষতিপূৰণ। ফচল বীমা কৰিলেই এই ক্ষতিপূৰণ লাভ কৰিব কৃষকসকলে।

বান্দৰ, হাতীয়ে নষ্ট কৰা খেতিৰ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰক আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। ইতিমধ্যে বানপানীয়ে নষ্ট কৰা খেতিৰ ক্ষতিপূৰণ পাই আহিছে কৃষকসকলে। কেন্দ্ৰৰ পৰা আৰু ২০০-৩০০ কোটি পুঁজিৰ অনুৰোধ মুখ্যমন্ত্ৰী গৰাকীৰ ।

শেহতীয়া প্ৰৱন্ধসমূহ