উকীল সন্থা

সদৌ অসম উকীল সন্থাৰ ডাঙৰ সিদ্ধান্ত; জুবিনৰ মৃত্যুৰ অভিযুক্তৰ নলয় গোচৰ অধিবক্তাই

সদৌ অসম উকীল সন্থাৰ ডাঙৰ সিদ্ধান্ত জুবিনৰ মৃত্যুৰ সন্দৰ্ভত সদৌ অসম উকীল সন্থাই লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কোনো অভিযুক্তৰে গোচৰ নলয় অধিবক্তাই। সকলো অধিবক্তাকে ওকালতি নকৰিবলৈ আহ্বান জনাইছে সদৌ অসম উকীল সন্থাই। এক বিবৃতি যোগে এই কথা জনাইছে।

সদৌ অসম উকীল সন্থাৰ ডাঙৰ সিদ্ধান্ত

জুবিনৰ মৃত্যুৰ সন্দৰ্ভত সদৌ অসম উকীল সন্থাই লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কোনো অভিযুক্তৰে গোচৰ নলয় অধিবক্তাই।

সকলো অধিবক্তাকে ওকালতি নকৰিবলৈ আহ্বান জনাইছে সদৌ অসম উকীল সন্থাই।  এক বিবৃতি যোগে এই কথা জনাইছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ হৈ অসমৰ কোনো অধিবক্তাই নকৰে ওকালতি।

সন্থাৰ সভাপতি শৈলেন দাস, সাধাৰণ সম্পাদক দীপক দাস আৰু উপ সভাপতি বিজন মহাজন স্বাক্ষৰিত এই আহ্বানমূলক এখনি আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা হ’ব সকলো জিলালৈ।ইফালে বহুকেইজন অধিবক্তাৰ সৈতে অগ্ৰিম জামিনক লৈ কথা পাতিছিল শ্যামকানু মহন্তই।

লগতে পঢ়ক: ‘জুবিন গাৰ্গক পণ্য সামগ্ৰী বুলি কৈছিল’; সৃজনী ভাস্ব মহন্তৰ বিস্ফোৰক মন্তব্য