অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনালৈ মুখ্যমন্ত্ৰীৰ ১১টা বৃহৎ ঘোষণা

অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনালৈ মুখ্যমন্ত্ৰীৰ ১১টা বৃহৎ ঘোষণা

গাঁও পঞ্চায়তত সভা জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন -অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নিযুত মইনালৈকে মুখ্যমন্ত্ৰীৰ ১১টা বৃহৎ ঘোষণা -৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব অৰুণোদয় আঁচনি -গাঁও পঞ্চায়তত সভা জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন

গাঁও পঞ্চায়তত সভা জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন

-অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নিযুত মইনালৈকে মুখ্যমন্ত্ৰীৰ ১১টা বৃহৎ ঘোষণা

-৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব অৰুণোদয় আঁচনি

-গাঁও পঞ্চায়তত সভা জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন

-৬ আৰু ৭ আগষ্ট তাৰিখে বিতৰণ কৰা হ’ব ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰ-পত্ৰ

-নিৰ্ধাৰিত সময়ত এই প্ৰ-পত্ৰসমূহ ছাত্ৰ-ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব

-ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ধন

-জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ’ব

-২৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বসুন্ধৰা ৪.০

-মাটিৰ নামজাৰিৰ পৰা বাটোৱাৰালৈকে সকলো কাম-কাজ কৰিব পাৰিব বসুন্ধৰাত

-ভূমি সংক্ৰান্তিয় অভাৱ-অভিযোগৰ বাবে শীঘ্ৰেই মুকলি হ’ব এটা পৰ্টেল

-এই পৰ্টেলযোগে দাখিল কৰিব অভিযোগ

-গুৱাহাটীৰ ফ্লাই অভাৰসমূহত নিৰ্মাণ কৰা হ’ব ‘ওলমা বাগিচা’

-২০২৮চনত সম্পূৰ্ণ হ’ব যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণ

-বিশ্বকাপ ফুটবলৰ বাবে ফুটবল প্ৰেমীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

-ফুটবল বিশ্বকাপ যাতে সকলোৱে চাব পাৰে তাৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে

-হোটেল, ৰেষ্টুৰেন্ট নিশা পৰ্যন্ত খোলা ৰখাৰ বাবেও নিৰ্দেশনা

-সকলোকে বিশ্বকাপৰ ফাইনেল খেল চাবলৈয়ো মুখমন্ত্ৰীৰ আহ্বান

-খেল শেষ নোহোৱা পৰ্যন্ত হোটেল-ৰেষ্টুৰেন্ট খোলা ৰাখিব পাৰিব

-জগন্নাথ ৰথযাত্ৰাৰো বহুত বহুত শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

-ফেচবুক লাইভ যোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক : বলীউডত জিলিকিব লাচিতৰ বীৰগাথা! নিৰ্মাণ হ’ব বিগ বাজেটৰ ছবি