ভয়ংকৰ,গুদামৰ ছাদত খুন্দামাৰি জ্বলি উঠিল বিমান; ২জনৰ মৃত্যু

দক্ষিণ কোৰিয়া আৰু কাজাখস্তানৰ পিছত, এইবাৰ পুনৰ কেলিফৰ্ণিয়াত এখন বিমান দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাটো কেলিফৰ্ণিয়াৰ ফুলাৰটন বিমানবন্দৰৰ ওচৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইয়াত এখন বিমানে উৰণৰ সময়ত বিমানবন্দৰৰ ওচৰত থকা এটা গুদামৰ চালত খুন্দা মাৰিছিল।প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি দুৰ্ঘটনাটোত দুজন লোক নিহত হোৱাৰ

দক্ষিণ কোৰিয়া আৰু কাজাখস্তানৰ পিছত, এইবাৰ পুনৰ কেলিফৰ্ণিয়াত এখন বিমান দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাটো কেলিফৰ্ণিয়াৰ ফুলাৰটন বিমানবন্দৰৰ ওচৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ইয়াত এখন বিমানে উৰণৰ সময়ত বিমানবন্দৰৰ ওচৰত থকা এটা গুদামৰ চালত খুন্দা মাৰিছিল।প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি দুৰ্ঘটনাটোত দুজন লোক নিহত হোৱাৰ লগতে ১৮ দন লোক আহত হৈছে।

একে সময়তে,  বিমানখত যোৱা ১০০ তকৈও অধিক যাত্ৰীতক উদ্ধাৰ কৰা আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে।

শেহতীয়া প্ৰৱন্ধসমূহ