জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য…

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য…

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য -সিদ্ধাৰ্থ আৰু শ্যামকানু গুৱাহাটীত নাই -শ্যামকানু মহন্ত অসমত আহিলেই কৰা হ’ব সোধ-পোছ -আইনী প্ৰক্ৰিয়াৰ মাজেৰে সকলো আগবাঢ়িব -সমগ্ৰ ঘটনা SIT-এ তদন্ত কৰিব -SIT ব্যৰ্থ হ’লে সমগ্ৰ তদন্ত অৰ্পণ কৰা হ’ব CBIক -ভিছাৰা আৰু মৰণোত্তৰ পৰীক্ষা ৰিপ’ৰ্ট অহালৈ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

-সিদ্ধাৰ্থ আৰু শ্যামকানু গুৱাহাটীত নাই

-শ্যামকানু মহন্ত অসমত আহিলেই কৰা হ’ব সোধ-পোছ

-আইনী প্ৰক্ৰিয়াৰ মাজেৰে সকলো আগবাঢ়িব

-সমগ্ৰ ঘটনা SIT-এ তদন্ত কৰিব

-SIT ব্যৰ্থ হ’লে সমগ্ৰ তদন্ত অৰ্পণ কৰা হ’ব CBIক

-ভিছাৰা আৰু মৰণোত্তৰ পৰীক্ষা ৰিপ’ৰ্ট অহালৈ ৰ’ব লাগিব সকলো

-তৎক্ষণাত ন্যায় বিচাৰিলে আমি ব্যৰ্থ হ’ম

-আদালতে আৱেগ নুবুজে

-আদালত আৱেগ নচলে, চলিব তথ্য প্ৰমাণ

-আদালতক সন্তুোষ্ট কৰিব পৰাকৈ SIT-এ  কৰিব লাগিব কাম

-সকলোৱে চৰকাৰক সহায়-সহযোগিতা কৰক

-সকলো অভিযুক্তক এজন এজনকৈ মাতি কৰা হ’ব তদন্ত

-অহা ১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব

-সন্দীপন গাৰ্গ, অমৃতপ্ৰভা, নিশিতা গোস্বামী সকলো আহিব তদন্তৰ আওতাত

-য়টত থকা সকলো লোক আহিব তদন্তৰ আওতাত

-উৰা বাতৰিত গুৰুত্ব দিলে সঁচা তথ্য কেতিয়াও নোলাব

-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

লগতে পঢ়ক : ‘জুবিন গাৰ্গৰ গীতৰ কপিৰাইট অসমৰ পৰা কোনেও নিব নোৱাৰে’… মন্তব্য কৰিলে অভিনেতা ৰবি শৰ্মাই