মৰণফাণ্ডলৈ পৰিণত অৰ্ধনিৰ্মিত চাৰিলেণ্ডযুক্ত পথ;  ডাম্পাৰৰ খুন্দাত নিহত স্কুটি আৰোহী

যোৰহাটৰ অজন্তা বাইপাচত এক ভয়ংকৰ পথ দু্ৰ্ঘটনা সংঘটিত হৈছে।তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে স্কুটি আৰোহীক। ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় স্কুটি আৰোহীগৰাকী। নিহত লোকজন যোৰহাট বালিগাঁৱৰ লোহিত দত্ত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ AS03CC3805। মৰণফাণ্ডলৈ পৰিণত যোৰহাট অজন্তা বাইপাচৰ অৰ্ধনিৰ্মিত চাৰিলেণ্ডযুক্ত পথ।

যোৰহাটৰ অজন্তা বাইপাচত এক ভয়ংকৰ পথ দু্ৰ্ঘটনা সংঘটিত হৈছে।তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে স্কুটি আৰোহীক। ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় স্কুটি আৰোহীগৰাকী।

নিহত লোকজন যোৰহাট বালিগাঁৱৰ লোহিত দত্ত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ AS03CC3805। মৰণফাণ্ডলৈ পৰিণত যোৰহাট অজন্তা বাইপাচৰ অৰ্ধনিৰ্মিত চাৰিলেণ্ডযুক্ত পথ।