ভয়ংকৰ ; ট্ৰাকে মহতিয়াই নিলে আৰক্ষী কনিষ্টবলক, কৰ্তব্যৰত অৱস্থাতে মৃত্যু আৰক্ষী জোৱানৰ

শ্ৰী ভূমি জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে এজন আৰক্ষী কনিষ্টবল’ক। দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় আৰক্ষী কনিষ্টবল উজ্জ্বল বৰাৰ ।নিশা অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়ীত সংঘটিত হয় এই দুৰ্ঘটনাটো । জানিব পৰা মতেTR 01 AU 1672 নম্বৰৰ ট্ৰাকে খনে

শ্ৰী ভূমি জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে এজন আৰক্ষী কনিষ্টবল’ক।

দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় আৰক্ষী কনিষ্টবল উজ্জ্বল বৰাৰ ।নিশা অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়ীত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

জানিব পৰা মতেTR 01 AU 1672 নম্বৰৰ ট্ৰাকে খনে সীমান্তত আৰক্ষীয়ে দৈনিক তালাচী চলাই আছিলষ সেই সময়তে ৰ সময়তেই ট্ৰাক চালকে আৰক্ষীক হত্যা কৰি পলাই থৈ যায়।

লগে লগে আৰক্ষীয়ে পিছে পিছে খেদি থাকোঁতে ৰাতাবাড়ী এলেকাৰ দুল্লভছড়া নিভিয়া ঘাইপথত গৈ দুৰ্ঘটনাগ্ৰস্থ হয় ট্ৰাকখন।

দুৰ্ঘটনাত পতিত হোৱা ট্ৰাক খনত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী থকাৰ সন্দেহ।‌ আৰক্ষীয়ে ট্ৰাকখনৰ তালাচি অব্যাহত ৰাখিছে।।

শেহতীয়া প্ৰৱন্ধসমূহ