জুবিন গাৰ্গ

ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে অঘটন; স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰি গ’ল জুবিন গাৰ্গ

ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে অঘটন ছিংগাপুৰত দুৰ্ঘটনাত পতিত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। স্কুবা ডাইভিঙৰ সময়ত এখন নাঁৱৰ পৰা সাগৰত পৰি গ’ল জুবিন গাৰ্গ।তাৰ পিছতেই অচেতন অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গক। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ সৃষ্টি

ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে অঘটন

ছিংগাপুৰত দুৰ্ঘটনাত পতিত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। স্কুবা ডাইভিঙৰ সময়ত এখন নাঁৱৰ পৰা সাগৰত পৰি গ’ল জুবিন গাৰ্গ।তাৰ পিছতেই অচেতন অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গক।

নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ সৃষ্টি হৈছে গভীৰ উদ্বিগ্নতাৰ। বৰ্তমান ICU ত চিকিৎসাধীন হৈ আছে হাৰ্টথ্ৰব গৰাকী।

লগতে পঢ়ক: ‘ছলমান খান গুণ্ডা…পৰিয়ালৰ মানুহো স্বাভাৱিক নহয়’; ছলমান খানৰ বিৰুদ্ধে পৰিচালকৰ বিস্ফোৰক মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ