সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ; মুখত ক’লা কাপোৰ বান্ধি ৰডেৰে আক্ৰমণ দুৰ্বৃত্তৰ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে ধিঙত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।ৰকিবুল হুছেইনৰ পিছত এইবাৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। ৫ খনকৈ কনভয় বাহনত ৰডেৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। জানিব পৰা মতে মতে ধিঙৰ ডুমডুমীয়াৰ নতুন বজাৰ পোৱাৰ সময়তে সাংসদ গৰাকীৰ বাহনত

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে ধিঙত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।ৰকিবুল হুছেইনৰ পিছত এইবাৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ।

৫ খনকৈ কনভয় বাহনত ৰডেৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। জানিব পৰা মতে মতে ধিঙৰ ডুমডুমীয়াৰ নতুন বজাৰ পোৱাৰ সময়তে সাংসদ গৰাকীৰ বাহনত আক্ৰমণ চলাই।

সাংসদ গৰাকীৰ লগত আছিল বিধায়িকা শিৱামণি বৰা।মুখত ক’লা কাপোৰ বান্ধি আক্ৰমণ দুৰ্বৃত্তৰ।ঘটনাত সাংসদ প্ৰদ্যুত বৰদলৈ, শিৱামণি বৰাসহ কেইবাজনো লোক আহত হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে সাংসদগৰাকীয়ে দাখিল কৰিছে এজাহাৰ।   

শেহতীয়া প্ৰৱন্ধসমূহ