বাতিল হ’ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষা; অসম ৰাজ্যিক শিক্ষা পৰিষদে কৰিলে ঘোষণা

বাতিল হ’ল একাদশ শ্ৰেণীৰ পৰীক্ষা। আৰু অনুষ্ঠিত নহয় বাকি থকা পৰীক্ষা সমূহ। প্ৰশ্নকাকত ফাদিলৰ পিছতে স্থগিত কৰা হৈছিল বাকি থকা পৰীক্ষা সমূহ। তাৰ পিছতেই জাৰি কৰা হৈছিল পঞ্চায়ত নিৰ্বাচনৰ দিন। অৱশেষত আজি অসম ৰাজ্যিক শিক্ষা পৰিষদে পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। বাকী থকা বিষয়ৰ

বাতিল হ’ল একাদশ শ্ৰেণীৰ পৰীক্ষা। আৰু অনুষ্ঠিত নহয় বাকি থকা পৰীক্ষা সমূহ। প্ৰশ্নকাকত ফাদিলৰ পিছতে স্থগিত কৰা হৈছিল বাকি থকা পৰীক্ষা সমূহ। তাৰ পিছতেই জাৰি কৰা হৈছিল পঞ্চায়ত নিৰ্বাচনৰ দিন।

অৱশেষত আজি অসম ৰাজ্যিক শিক্ষা পৰিষদে পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। বাকী থকা বিষয়ৰ পৰীক্ষা সমূহৰ নম্বৰ শিক্ষানুষ্ঠানত হোৱা ইউনিট টেষ্ট পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়ন কৰা হ’ব।

অনুষ্ঠিত হোৱা পৰীক্ষাসমূহৰ মাৰ্কশ্বিট লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে।পঞ্চায়ত নিৰ্বাচনৰ বাবে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত।

শেহতীয়া প্ৰৱন্ধসমূহ