গুৱাহাটীত পথ দুৰ্ঘটনাত নিহত যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ

-নিশা মহানগৰীৰ চুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰত ভয়ংকৰ দুৰ্ঘটনা -থিতাতে নিহত ৰেপিড’ চালক ৰঞ্জিত ৰাজবংশী -GMCHত মৃত্যুক সাবটে ৰেপিড’ত যোৱা যুৱতী গৰাকী –নিহত যুৱতী গৰাকী লামডিঙৰ প্ৰিয়া সোণাৰ নিশা ৰেপিড’ বুক কৰি আহিছিল যুৱতী গৰাকীয়ে -নিহত ৰেপিড’ চালক জনৰ ঘৰ নলবাৰীত -দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 01BU

-নিশা মহানগৰীৰ চুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰত ভয়ংকৰ দুৰ্ঘটনা

-থিতাতে নিহত ৰেপিড’ চালক ৰঞ্জিত ৰাজবংশী

-GMCHত মৃত্যুক সাবটে ৰেপিড’ত যোৱা যুৱতী গৰাকী

–নিহত যুৱতী গৰাকী লামডিঙৰ প্ৰিয়া সোণাৰ

নিশা ৰেপিড’ বুক কৰি আহিছিল যুৱতী গৰাকীয়ে

-নিহত ৰেপিড’ চালক জনৰ ঘৰ নলবাৰীত

-দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 01BU 7601

শেহতীয়া প্ৰৱন্ধসমূহ