পাকিস্তানী বিমানৰ বাবে ভাৰতে বন্ধ কৰি দিলে আকাশমাৰ্গ; ২৩ মে’ লৈকে জাৰি কৰিলে NOTAM

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।ভাৰতে পাকিস্তানৰ বাবে বন্ধ কৰিলে এয়াৰস্পেছ। ইয়াৰ লগতে নটিছ টু এয়াৰমেন অৰ্থাৎ NOTAM জাৰি কৰা হৈছে।৩০ এপ্ৰিলৰ পৰা ২৩ মে’লৈ NOTAM জাৰি কৰা হৈছে। এই সময়ছোৱাত কোনো পাকিস্তান পঞ্জীয়নভুক্ত বিমান বা সামৰিক বিমান

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।ভাৰতে পাকিস্তানৰ বাবে বন্ধ কৰিলে এয়াৰস্পেছ।

ইয়াৰ লগতে নটিছ টু এয়াৰমেন অৰ্থাৎ NOTAM জাৰি কৰা হৈছে।৩০ এপ্ৰিলৰ পৰা ২৩ মে’লৈ NOTAM জাৰি কৰা হৈছে।

এই সময়ছোৱাত কোনো পাকিস্তান পঞ্জীয়নভুক্ত বিমান বা সামৰিক বিমান ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰিব নোৱাৰিব।

ভাৰতৰ এই সিদ্ধান্তৰ পিছত কোনো পাকিস্তানী বিমানে ভাৰতীয় আকাশমাৰ্গত উৰিব নোৱাৰিব।ভাৰতৰ এই সিদ্ধান্তই পাকিস্তানী এয়াৰলাইন্সৰ বাবে এক বৃহৎ আৰ্থিক আঘাত হ’ব।

শেহতীয়া প্ৰৱন্ধসমূহ