শোকাৱহ; বাইক আৰু মেজিকৰ সংঘৰ্ষত নিহত দুই বাইক আৰোহী

লাহৰীঘাটত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে। লাহৰীঘাটৰ কুশতলি হণ্ডুবা দলংৰ ওচৰত এখন বাইক আৰু আৰু মালবাহী টাটা মেজিকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুই বাইক আৰোহী। বাইক আৰোহী দুজন তিতাতলা গাঁৱৰ ৰবি পাতৰ আৰু সুজিত পাতৰ বুলি জানিব পৰা গৈছে।বাইক আৰোহী দুজনক ততাতৈয়াকৈ লাহৰীঘাট

লাহৰীঘাটত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে। লাহৰীঘাটৰ কুশতলি হণ্ডুবা দলংৰ ওচৰত এখন বাইক আৰু আৰু মালবাহী টাটা মেজিকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুই বাইক আৰোহী।

বাইক আৰোহী দুজন তিতাতলা গাঁৱৰ ৰবি পাতৰ আৰু সুজিত পাতৰ বুলি জানিব পৰা গৈছে।বাইক আৰোহী দুজনক ততাতৈয়াকৈ লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

শেহতীয়া প্ৰৱন্ধসমূহ