মহবুবুল হকলৈ ন্যায়ালয়ৰ সকাহ; মঞ্জুৰ কৰিলে জামিন

জামিন মঞ্জুৰ হল USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মহবুবুল হকৰ জামিন মঞ্জুৰ কৰে। পাথাৰাকান্দি থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিলে মহবুবুল হকে। ২টাকৈ গোচৰত গ্ৰেপ্তাৰ হৈছিল USTMৰ স্বত্বাধিকাৰী মহবুবুল হক ইয়াৰে এটা গোচৰত জামিন পালে মহবুবুল হকে। আনটো গোচৰৰ শুনানি হ’ব মঙলবাৰে।

জামিন মঞ্জুৰ হল USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মহবুবুল হকৰ জামিন মঞ্জুৰ কৰে। পাথাৰাকান্দি থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিলে মহবুবুল হকে।

২টাকৈ গোচৰত গ্ৰেপ্তাৰ হৈছিল USTMৰ স্বত্বাধিকাৰী মহবুবুল হক ইয়াৰে এটা গোচৰত জামিন পালে মহবুবুল হকে। আনটো গোচৰৰ শুনানি হ’ব মঙলবাৰে। মহবুবুল হকৰ গ্ৰেপ্তাৰ অবৈধ বুলি যুক্তি দৰ্শাইছিল তেওঁৰ অধিবক্তাই।

যদিও এটা গোচৰত মহবুবুল হকে জামিন পালে কিন্তু আনটো গোচৰৰ শুনানি নোহোৱা পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব তেওঁ। কাইলৈ আদালতে শুনানিত কি ৰায় দিয়ে তাৰে বাবে অপেক্ষা কৰিছে সকলোৱে।

শেহতীয়া প্ৰৱন্ধসমূহ