১৯জানুৱাৰীত অনুষ্ঠিত হ’ব টেট-নিযুক্তি পৰীক্ষাঃ শিক্ষামন্ত্ৰীৰ ডাঙৰ ঘোষণা

-১৯জানুৱাৰীত অনুষ্ঠিত হ’ব টেট-নিযুক্তি পৰীক্ষা -২৯ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল টেট-নিযুক্তি পৰীক্ষা -নূন্যতম ১৫ দিন পৰীক্ষা পিচুৱাবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ -পাঠ্যক্ৰম সলনি কৰাৰ বাবে পৰীক্ষাৰ্থীয়ে দাখিল কৰিছিল লেখ আবেদন -নতুনকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল গণিত বিষয় -গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিতে সলনি কৰিলে নিযুক্তি

-১৯জানুৱাৰীত অনুষ্ঠিত হ’ব টেট-নিযুক্তি পৰীক্ষা

-২৯ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল টেট-নিযুক্তি পৰীক্ষা

-নূন্যতম ১৫ দিন পৰীক্ষা পিচুৱাবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

-পাঠ্যক্ৰম সলনি কৰাৰ বাবে পৰীক্ষাৰ্থীয়ে দাখিল কৰিছিল লেখ আবেদন

-নতুনকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল গণিত বিষয়

-গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিতে সলনি কৰিলে নিযুক্তি পৰীক্ষাৰ দিন

-পৰীক্ষাৰ নতুন দিন ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শেহতীয়া প্ৰৱন্ধসমূহ